মানৱ ডেকা
অৱয়ব
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মানৱ ডেকা | |
|---|---|
| অসম বিধানসভা | |
| সমষ্টি | ১১১ নং লখিমপুৰ বিধানসভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২০ অক্টোবৰ, ১৯৭৬ (৪৯ বছৰ) উত্তৰ লখিমপুৰ, অসম |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
| দাম্পত্যসঙ্গী | ৰাজশ্ৰী শইকীয়া ডেকা |
| সন্তান | ২ |
| শিক্ষানুষ্ঠান | নৰ্থ লখিমপুৰ কলেজ |
মানৱ ডেকা (ইংৰাজী: Manab Deka) ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ হৈ লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা অসম বিধানসভাৰ সদস্য৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ড° জয় প্ৰকাশ দাসক পৰাস্ত কৰি তেওঁ ৭০,৩৮৭টা ভোটত জয়লাভ কৰিছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lakhimpur Election Result & News 2021". Timesnownews.com. Archived from the original on 30 April 2022. https://web.archive.org/web/20220430054056/https://www.timesnownews.com/elections/lakhimpur-assam-election-result-2021.