মা (ৰুছ উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মা (ৰূছ উপন্যাস)ৰ পৰা পুনঃনিৰ্দেশিত)
মা  
লেখক মেক্সিম গৰ্কী
শিৰোনাম Мать
দেশ চ'ভিয়েট সংঘ
ভাষা ৰুছ
প্ৰকাশ ১৯০৬

মা বা মাডাৰ (ইংৰাজী: The Mother) হ'ল ৰুছ ভাষাত ৰচিত এখন উপন্যাস। এই উপন্যাস মেক্সিম গৰ্কীৰ দ্বাৰা ৰচিত। মা উপন্যাসৰ বিষয় মূলতঃ আন্দোলনকাৰী কলঘৰ কৰ্মীৰ বিষয়ে। এই উপন্যাস পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, আৰু কিছু চলচ্চিত্ৰও এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।

প্ৰভাৱিত ছবি[সম্পাদনা কৰক]

প্ৰভাৱিত নাটক[সম্পাদনা কৰক]

জাৰ্মানীৰ বাৰ্টল্ট ব্ৰেচটৰ (ইংৰাজী: Bertolt Brecht) ১৯৩২ৰ নাটক ডা মাডাৰ(মা জনী) এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।

চৰিত্ৰ সমূহ[সম্পাদনা কৰক]

মা উপন্যাসত বিভিন্ন চৰিত্ৰ আছে। উপন্যাসখনৰ নায়ক হ'ল পাভেল।[4] অন্য চৰিত্ৰ হ'ল পেলাগুএয়া ভ্লাচ'ভা-- পাভেলৰ মাক, আন্ড্ৰে', নাতাচা, চাচেংকা, ভ্যেচ'ভ্স্কিন'ভ, ৰেৱবিন, নিক'লায় ইভাহ্ন'ৱিচ, চ'ফ্যা আদি।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]