মুখা
Jump to navigation
Jump to search

নৃত্যৰ বাবে ব্যৱহাৰ কৰা ইণ্ডোনেছিয়াৰ টপেং নামৰ মুখাসমূহ
মুখা (ইংৰাজী: Mask) হৈছে মুখত পৰিধান কৰা এক সামগ্ৰী। মুখা মূলতঃ সুৰক্ষা, ছদ্মাৱেশ, অভিনয়, আৰু মনোৰঞ্জৰ বাবে পৰিধান কৰা হয়। মুখাসমূহ প্ৰাচীন কালৰে পৰা অনুষ্ঠানিক আৰু ব্যৱহাৰিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে।
অসমৰ মুখা শিল্প[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: অসমৰ মুখা শিল্প
মূখা অসমৰ এবিধ প্ৰাচীন শিল্প৷ ইয়াৰ ব্যৱহাৰ ভাওনা, ৰাস আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়৷