মোলাই কাঠনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোলাই কাঠনি
মানচিত্ৰত মোলাই কাঠনিৰ অৱস্থিতি
মোলাই কাঠনি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ যোৰহাট
স্থানাংক 26°51′0″N 94°9′8″E / 26.85°N 94.15222°E / 26.85; 94.15222স্থানাংক: 26°51′0″N 94°9′8″E / 26.85°N 94.15222°E / 26.85; 94.15222
মাটিকালি ৫৫০ হেক্টৰ

মোলাই কাঠনি ভাৰতঅসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে[1] অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে তেওঁৰ উপনাম 'মোলাই' নামেৰে নামকৰণ কৰি 'মোলাই কাঠনি' ৰখা হৈছে।[2][3]

তথ্য উৎস[সম্পাদনা কৰক]