মোৰ ঘোঁ‌ৰাৰ দুৰন্ত গতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোৰ ঘোঁ‌ৰাৰ দুৰন্ত গতি
The Horse from Heaven
পৰিচালক মহৰ্ষি তুহিন কাশ্যপ
চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপ
প্ৰযোজক নীলাঞ্জনা ৰুদ্ৰা
অভিনয়ত অতুল পাচনী
চিত্ৰগ্ৰহণকাৰী অৰ্ণৱ লাহা
সম্পাদনা পুলকিত ফিলিপ
দৈৰ্ঘ্য
১৫ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মোৰ ঘোঁ‌ৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হয়। ইয়াৰ পিছতেই ই অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে। অতুল পাচনীয়ে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনেই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া প্ৰথমখন অসমীয়া চুটি ছবি। [1]

পটভূমি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]