সমললৈ যাওক

ল'ৰা বন্ধু (শিশু আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ল’ৰাবন্ধু ১৮৮৮ চনত[1] (১৮৮৩ চনত[2]) নগাঁওৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখনি শিশু আলোচনী৷ এইখন অসমৰ প্ৰথম শিশু আলোচনী৷[3][4][5] ইয়াৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ বৰপুত্ৰ কৰুণাভিৰাম বৰুৱা৷ ষোল্ল বছৰ বয়সতে আলোচনী সম্পাদনা কৰা কৰুণাভিৰাম বৰুৱাৰ অকালতে মৃত্যু হোৱাত মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ হৈ যায়৷[6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ নেওগ, মহেশ্বৰ (১৯৯৫ (অষ্টম প্ৰকাশ)). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৩৬.
  2. ↑ নেওগ, ডিম্বেশ্বৰ (১৯৯৯ (অষ্টম প্ৰকাশ)). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশ. পৃষ্ঠা. ৩৫৪.
  3. ↑ শৰ্মা, হেমন্ত কুমাৰ (১৯৯১). অসমীয়া সাহিত্যত দৃষ্টিপাত. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৩৭৬.
  4. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬
  5. ↑ "প্ৰিয়বন্ধু উন্মোচন...". https://www.asomiyapratidin.in/homepage/nagaon-is-the-birth-place-of-childrens-magazine। আহৰণ কৰা হৈছে: 21 June 2024.
  6. ↑ ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৩২০.