শংখনিনাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শংখনিনাদ  
লেখক মনালিছা শইকীয়া
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ, গুৱাহাটী-১
প্ৰকাশ অক্টোৱৰ,২০১৫
আই.এচ.বি.এন. 978-93-82056-04-1

শংখনিনাদ হৈছে মনালিছা শইকীয়া ৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। অসম আন্দোলনৰ পটভূমিত ৰচিত শংখনিনাদ এখন উল্লেখযোগ্য গ্ৰন্থ। আশীৰ দশকত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবি আৰু নব্বৈৰ দশকত অসমৰ সমাজ জীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয় সাম্প্ৰতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে উপন্যাসখনত লেখিকাই দাঙি ধৰিছে।

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

মনালিছা শইকীয়া (ইংৰাজী: Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • প্ৰজ্ঞা বৰা
  • প্ৰবীণ হাজৰিকা
  • হৰেণ হাজৰিকা
  • শশীপ্ৰভা
  • অমিয়া
  • নয়ন
  • বকুলী

বঁ‌টা/সন্মান[সম্পাদনা কৰক]

উপন্যাসখনৰ বাবে লেখিকা মনালিছা শইকীয়াই ২০১৬ চনৰ দৈনিক অসম সাহিত্য বঁ‌টা।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]