শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
শব্দই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে
- শব্দ: এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ।যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰনৰ উদ্দীপনা।
- শব্দ (অভিধান), হৈছে অভিধানকেন্দ্ৰিক ৱেবছাইট, ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাক স্থান দিয়া হৈছে।
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |