সমললৈ যাওক

শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শব্দ‍ই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে

  • শব্দ: এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। ‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।
  • শব্দ (অভিধান), হৈছে অভিধানকেন্দ্ৰিক ৱেবছাইট, ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাক স্থান দিয়া হৈছে।
  • শব্দ (ব্যাকৰণ): এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: ই, আম, কিতাপ, কাগজ আদি।