শালিকা ঠুঁটীয়া সাপ
অৱয়ব
(শালিকা ঠোঁটিয়া সাপৰ পৰা পুনঃনিৰ্দেশিত)
শালিকা ঠুঁটীয়া সাপ (Oriental whipsnake) | |
---|---|
Oriental whipsnake, Ahaetulla prasina | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Ahaetulla |
প্ৰজাতি: | A. prasina |
দ্বৈৰাশিক নামকৰণ | |
Ahaetulla prasina (Boie, 1827)[2] | |
সমাৰ্থক | |
Dryophis prasinus Boie, 1827 |
শালিকা ঠুঁটীয়া সাপ (ইংৰাজী: oriental whipsnake,বৈজ্ঞানিক নাম-Ahaetulla prasina) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা গছ-সাপ (tree snake)ৰ প্ৰজাতি৷
বিৱৰণ
[সম্পাদনা কৰক]পূৰ্ণবয়স্ক শালিকা ঠুঁটীয়া সাপৰ দৈৰ্ঘ্য ১.৮ মিটাৰ ৷[3] ইয়াৰ দেহৰ ৰং উজ্জল সেউজীয়া বা মুগা-মটিয়া৷ লগতে তলৰফালে এডাল দীঘলীয়া হালধীয়া আঁচ আছে৷ [4]
টেক্স'নমি
[সম্পাদনা কৰক]শালিকা ঠুঁটীয়া সাপৰ বৰ্তমানলৈকে চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ এইবোৰ হ'ল-
- Ahaetulla prasina medioxima Lazell, ২০০২
- Ahaetulla prasina preocularis (Taylor, ১৯২২): ফিলিপাইনছ
- Ahaetulla prasina prasina (Boie, ১৮২৭)
- Ahaetulla prasina suluensis Gaulke, ১৯৯৪: ফিলিপাইনছ
বিতৰণ
[সম্পাদনা কৰক]ভাৰত, বাংলাদেশ, ভূটান, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওছ, ভিয়েটনাম, চীন, মালয়েছিয়া, ছিংগাপুৰ আৰু ইণ্ডোনেছিয়া আদি দেশত এই সাপবিধ দেখা পোৱা যায়৷ ভাৰতবৰ্ষত ছিকইম, অসম, আৰু অৰুণাচল প্ৰদেশত শালিকা ঠুঁটীয়া সাপ বিস্তৃত হৈ আছে৷
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]শালিকা ঠুঁটীয়া সাপে সাধাৰণতে সৰু আকাৰৰ সৰীসৃপ, উভচৰ প্ৰাণী খাই জীয়াই থাকে৷
প্ৰজনন
[সম্পাদনা কৰক]আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
Ahaetulla prasina at Sesbania sesban
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ সাঁচ:IUCN2012.2
- ↑ Dahms Tierleben. www.dahmstierleben.de
- ↑ Boulenger, G.A. 1896. Catalogue of the Snakes in the British Museum (Natural History), Volume III. London.
- ↑ Boulenger, G.A. 1890. Fauna of British India. Reptilia and Batrachia. British Museum. London. p. 369.
- Boulenger, G.A. 1897 List of the reptiles and batrachians collected by Mr. Alfred Everett in Lombok, Flores, Sumba and Saru, with descriptions of new species.Ann. Mag. Nat. Hist. (6) 19: 503-509
- Shaw, G. 1802 General Zoology, or Systematic Natural History. Vol.3, part 1 + 2. G. Kearsley, Thomas Davison, London: 313-615