শিয়াল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


শিয়াল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordate
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: Carnivora
পৰিয়াল: Canidae
গণ: Canis
প্ৰজাতি: C. aureus
বৈজ্ঞানিক নাম
Canis aureus
Linnaeus, 1758

শিয়াল (ইংৰাজী: Golden Jackal) এবিধ বিলুপ্তপ্ৰায় প্ৰাণী। ইয়াক common jackal, Asiatic jackal[1], gold-wolf[2] আদি নামেৰেও জনা যায়। শিয়ালৰ বৈজ্ঞানিক নাম হৈছে Canis Aureus। ই দেখাত কুকুৰৰ দৰে (বৰ্ণ Canis) এবিধ স্তন্যপায়ী স্থলচৰ প্ৰাণী। শিয়াল মূলতঃ উত্তৰ আৰু উত্তৰ-পূৱ আফ্ৰিকা, দক্ষিণ-পূব আৰু মধ্য ইউৰোপ, পূৱ-মধ্য আৰু দক্ষিণ-পূৱ এছিয়াত পোৱা যায় ।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Sillero-Zubiri, Hoffman & MacDonald 2004, পৃষ্ঠা 157
  2. Brehm 1895, পৃষ্ঠা 196

বাহ্যিক সংযোগ[সম্পাদনা কৰক]