সমললৈ যাওক

শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ বাবে প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে দুই লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।[1]

বৰ্ষপ্ৰাপক
১৯৯৯দ্য আছাম ট্ৰিবিউন
১৯৯৯তুলসী গোবিন্দ বৰুৱা
১৯৯৯প্ৰফুল্ল গোবিন্দ বৰুৱা
২০০০সঞ্জয় হাজৰিকা
২০০১ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
২০০২টেষ্টা ছেটালভেড
২০০৩প্ৰণয় ৰয়
২০০৪অৰূপ কুমাৰ দত্ত
২০০৫চতুৰংগ
২০০৬প্ৰফুল্ল চন্দ্ৰ বৰুৱা
২০০৭পেট্ৰিচিয়া মুখিম
২০০৮অৰ্ণৱ গোস্বামী
২০০৯ৰাধিকামোহন ভাগৱতী
২০১০সুবীৰ ভৌমিক
২০১১এম এছ প্ৰভাকৰ[2]
২০১২প্ৰান্তিক[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. শান্তনু কৌশিক বৰুৱা (২০১৫). শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৮৭-৬৮৮.
  2. 25 November, 2012. "Kamal Kumari awards presented". The Assam Tribune. Archived from the original on 25 December 2016. https://web.archive.org/web/20161225145603/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2512/at05 আহৰণ কৰা হৈছে: 27 February 2016.
  3. "Kamal Kumari Foundation’s national awards". The Assam Tribune. 11 February, 2016. Archived from the original on 15 February 2016. https://web.archive.org/web/20160215070406/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1116/state050 আহৰণ কৰা হৈছে: 27 February 2016.