শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
অৱয়ব
(শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটাৰ পৰা পুনঃনিৰ্দেশিত)
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ বাবে প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে দুই লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।[1]
বৰ্ষ | প্ৰাপক |
---|---|
১৯৯৯ | দ্য আছাম ট্ৰিবিউন |
১৯৯৯ | তুলসী গোবিন্দ বৰুৱা |
১৯৯৯ | প্ৰফুল্ল গোবিন্দ বৰুৱা |
২০০০ | সঞ্জয় হাজৰিকা |
২০০১ | ধীৰেন্দ্ৰ নাথ বেজবৰুৱা |
২০০২ | টেষ্টা ছেটালভেড |
২০০৩ | প্ৰণয় ৰয় |
২০০৪ | অৰূপ কুমাৰ দত্ত |
২০০৫ | চতুৰংগ |
২০০৬ | প্ৰফুল্ল চন্দ্ৰ বৰুৱা |
২০০৭ | পেট্ৰিচিয়া মুখিম |
২০০৮ | অৰ্ণৱ গোস্বামী |
২০০৯ | ৰাধিকামোহন ভাগৱতী |
২০১০ | সুবীৰ ভৌমিক |
২০১১ | এম এছ প্ৰভাকৰ[2] |
২০১২ | প্ৰান্তিক[3] |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ শান্তনু কৌশিক বৰুৱা (২০১৫). শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৮৭-৬৮৮.
- ↑ 25 November, 2012. "Kamal Kumari awards presented". The Assam Tribune. Archived from the original on 25 December 2016. https://web.archive.org/web/20161225145603/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2512/at05। আহৰণ কৰা হৈছে: 27 February 2016.
- ↑ "Kamal Kumari Foundation’s national awards". The Assam Tribune. 11 February, 2016. Archived from the original on 15 February 2016. https://web.archive.org/web/20160215070406/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1116/state050। আহৰণ কৰা হৈছে: 27 February 2016.