শুক্ৰেশ্বৰ মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শুক্ৰেশ্বৰ মন্দিৰ
নাম
আনুস্থানিক নাম শুক্ৰেশ্বৰ মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা কামৰূপ
স্থান গুৱাহাটী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
ইতিহাস
প্ৰতিস্থাপক প্ৰমত্ত সিংহ

শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমকামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Baruah, S.L., Last Days of Ahom Monarchy—A History of Assam from 1769 to 1826, 1993
  • Barpujari, H.K., The Comprehensive History of Assam, p. 220, Volume Three, From Thirteenth Century A.D. to the Treaty of Yandabo (1826); Publication Board Assam, Guwahati-781 021.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]