সমললৈ যাওক

শ্ৰীনাথ দ্বিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীনাথ দ্বিজ
জন্ম অনুমাণিক ইং ১৬২৫-৬৫
পেচা মহাভাৰতৰ অনুবাদক
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ- পৰ্ব

শ্ৰীনাথ দ্বিজে মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ-পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। শ্ৰীনাথ দ্বিজে কোচবেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ (ইং ১৬২৫-৬৫) অনুপ্ৰেৰণা লাভ কৰিছিল। দ্ৰোণ পৰ্বত শ্ৰীনাথ দ্বিজে আত্মপৰিচয় এইদৰে দিছেঃ

প্ৰাণ-নাৰায়ণদেৱে আজ্ঞা পৰমাণে।
দ্ৰোণ-পৰ্ব কথা বিৰচিল শুদ্ধ মনে॥
[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ড: সত্যেন্দ্ৰনাথ শৰ্মা (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৭৪.