শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| এই পৃষ্ঠাটো শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাব ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাসমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই প্ৰবন্ধটো শেহতীয়াকৈ সম্পাদনা কৰিছিল Kandarpajit Kallol (আলোচনা| বৰঙনি) ৪ মাহ আগত. (শেহতীয়া ভাষ্য) |
| দিনাংক | ৫ ফেব্ৰুৱাৰী-৮ ফেব্ৰুৱাৰী, ২০১৫ |
|---|---|
| স্থান | ঢকুৱাখনা, লখিমপুৰ জিলা, অসম |
| শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪-তম অধিৱেশন | |
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ (৮৪-তম) অধিৱেশন লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।
কাৰ্য্যসূচী
[সম্পাদনা কৰক]৫ ফেব্ৰুৱাৰী
[সম্পাদনা কৰক]ঢকুৱাখনাৰ সৰলা পথাৰত আৰম্ভ হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আৰম্ভ হ্য় পুৱা প্ৰাতঃ প্ৰসঙ্গ আৰু পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে। অধিৱেশনস্থলীৰ নামঘৰ মুকলি কৰে ৰমাকান্ত টাইডে। অধিৱেশনস্থলীলৈ যোৱা "মহেন্দ্ৰ কন্দলি" পথটো মুকলি কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত গৌৰৱ বথ্ৰাই। তেওঁ লগতে প্ৰৱেশ পথৰ এখন তোৰণো মুকলি কৰে। ধেমাজী জিলাৰ উপায়ুক্ত অজিত বৰদলৈয়ে অধিৱেশন স্থলীৰ মূল তোৰণ ভাগি মুকলি কৰে। মূল মণ্ডপ ভাগি মুকলি কৰে অসম নাট্য সন্মিলনৰ উপ-সভাপতি ছৈয়দ নাজিম আহমেদ ডাঙৰীয়াই। তাৰ পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে নাম সমাৰোহ আৰু সজাতীয় সাংস্কৃতিক সমাৰূহ অনুষ্ঠিত হ্য়। এই অনুষ্ঠানটো মুকলি কৰে বিশিষ্ট অভিনেতা নন্দ কিশোৰ মহেশ্বৰীয়ে।[1]
৬ ফেব্ৰুৱাৰী
[সম্পাদনা কৰক]৭ ফেব্ৰুৱাৰী
[সম্পাদনা কৰক]৮ ফেব্ৰুৱাৰী
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Annual session of Srimanta Sankardev Sangha begins" পৃষ্ঠা নং ৯ The Assam Tribune