শ্ৰেণী বাৰ্তা:খালি প্ৰবন্ধসমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


বিলোপ কৰা পৃষ্ঠা এখন আকৌ সৃষ্টি কৰাত একো অসুবিধা নাই| খালি প্ৰবন্ধবোৰ সকলোবোৰ বিলোপ কৰা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:21, 19 মাৰ্চ 2012 (UTC)

বাৰ্তা:মাছখোৱাৰ পৰা

পৃষ্ঠাখন খালী কৰি থ'লেই হ'ল দেখোন। ডিলিট কিয় কৰিব লাগে। -- গীতাৰ্থ বৰদলৈ (talk) 09:22, 19 মাৰ্চ 2012 (UTC)

মোৰ মতে যদি আমি পোখালিবোৰৰ ক্ষেত্ৰতে ইমান strict হৈছোঁ, খালি প্ৰবন্ধ ৰখাৰতো কোনো যুক্তিয়েই নাখাকে। বৰ্তমানেও ৱিকিত কেইবাটাও খালি প্ৰবন্ধ আছে (শ্ৰেণী:খালি প্ৰবন্ধসমূহ)। এইবোৰে মুঠ প্ৰবন্ধৰ সংখ্যাটোকো ভুলকৈ দেখুৱাই থাকে। কোনোবাই পাছত পৃষ্ঠাখন পুনৰ নিশ্চয় সৃষ্টি কৰিব পাৰিব। --অম্লান বসুমতাৰী (talk) 11:02, 19 মাৰ্চ 2012 (UTC)
অম্লানৰ মতক ম‍ই সমৰ্থন কৰিছো| ডিলিট কৰা পৃষ্ঠা এখন আকৌ সৃষ্টি কৰাত একো অসুবিধা নাই| খালি প্ৰবন্ধবোৰ সকলোবোৰ বিলোপ কৰা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:20, 19 মাৰ্চ 2012 (UTC)
খালি পৃষ্ঠা এটাই এনেই প্ৰবন্ধৰ সংখ্যাটো দেখুৱাই থাকে৷ সেই ফালৰ পৰা পৃষ্ঠাখন বিলোপ কৰি দিয়াতো বেয়া নহয়৷ Anjal Borah (talk) 12:03, 19 মাৰ্চ 2012 (UTC)
খালী পৃষ্ঠা এখন মুঠ প্ৰবন্ধ সংখ্যাত সোমাই জানো? ৱিকিপিডিয়া:প্ৰবন্ধ কি?ত দিয়া সংজ্ঞাৰ মতে কিন্তু নোসোমাই। হ'ব বাৰু ডিলিট কৰি দিয়া। -- গীতাৰ্থ বৰদলৈ (talk)