শ্ৰেণী বাৰ্তা:ছুপাৰহিৰো অসমীয়া চলচ্চিত্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

মোৰ বোধেৰে এই প্ৰবন্ধটো বিলোপন হোৱা অনুচিত কাৰণ অসমীয়া চলচ্চিত্ৰ জগতত হয়টো আগলৈয়ো ছুপাৰ হিৰ' কেন্দ্ৰিক চলচ্চিত্ৰ নিৰ্মাণ হৈ থকাৰ সম্ভৱণা আছে। সেয়েহে এই বিশেষ প্ৰবন্ধটোত ছুপাৰ হিৰ কান্দ্ৰিক ছবিসমূহৰ এখন তালিকা প্ৰস্ত্তত থাকিব। মোৰ মতামত সম্পূৰ্ণ শুদ্ধ নহবও পাৰে। আপোনালোকে যদি বিলোপনৰ যোগ্য বুলি ভাৱে , তেনেহলে বিলোপন কৰিব পাৰে।

ধন্যবাদ।

ভৱিষ্যত সম্পৰ্কে অনুমান কৰি ৱিকিত প্ৰবন্ধ লিখা নহয়। মাণ্ডদন সম্পন্ন বিষয় সমূহক উপযুক্ত তথ্যৰে তথ্যসূত্ৰ আদি উল্লেখ কৰি লিখা উচিত। ৱিকিত প্ৰবন্ধৰ বিষয় যিকোনো হ'ব পাৰে। কিন্তু প্ৰবন্ধ এটা হ'বলৈ ইয়াৰ কিছুমান স্পষ্ট যুক্তি-যুক্ততা থকা উচিত। -Nayan j Nath (বাৰ্তা) 23:59, 20 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰবন্ধ হিচাপে ৰখাত ময়ো একমত নহয়৷ প্ৰবন্ধৰ পৰিৱৰ্তে হয়তো ইয়াক শ্ৰেণী হিচাপে ৰাখিব পাৰি (সিদ্ধান্ত নহয়) ! 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 03:51, 21 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বৰ্তমান শ্ৰেণীলৈ স্থানান্তৰ কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 07:52, 21 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]