সমললৈ যাওক

সতীশ ধৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সতীশ ধৱন
কাশ্মীৰী: 𑆱𑆠𑆵𑆯 𑆣𑆮𑆤
হিন্দী: सतीश धवन
পঞ্জাবী: ਸਤੀਸ਼ ਧਵਨ
উৰ্দু: ستیش دھون
ইংৰাজী: Satish Dhawan
চিত্ৰ:Satish Dhawan.jpg
জন্ম ২৫ ছেপ্টেম্বৰ, ১৯২০
শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ (প্ৰিন্সলী ষ্টেট্), ব্ৰিটিছ ভাৰত (বৰ্তমানৰ শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰ, ভাৰত)
মৃত্যু ০৩ জানুৱাৰী, ২০০২ (৮১ বছৰ)
বাংগালোৰ, কৰ্ণাটক, ভাৰত
ক্ষেত্ৰ যান্ত্ৰিক আৰু এৰ'স্পেছ অভিযান্ত্ৰিকী
কৰ্মস্থান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় এৰ'স্পেছ পৰীক্ষাগাৰ
ভাৰতীয় বিজ্ঞান একাডেমী
ভাৰতীয় মহাকাশ আয়োগ
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয়
মিনেছটা বিশ্ববিদ্যালয়
কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা হানছ্ ডব্লিউ. লিপমান
জনা যায় ভাৰতীয় মহাকাশ কাৰ্যসূচী
উল্লেখনীয় বঁটা পদ্মবিভূষণ
পদ্মভূষণ

সতীশ ধৱন (কাশ্মীৰী: 𑆱𑆠𑆵𑆯 𑆣𑆮𑆤, হিন্দী: सतीश धवन, পঞ্জাবী: ਸਤੀਸ਼ ਧਵਨ, উৰ্দু: ستیش دھون, ইংৰাজী: Satish Dhawan; ২৫ ছেপ্তেম্বৰ, ১৯২০ – ৩ জানুৱাৰী, ২০০২) এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা এৰ'স্পেছ অভিযন্তা। তেওঁক ভাৰতত পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়। শ্ৰীনগৰত জন্ম গ্ৰহণ কৰা সতীশ ধৱনে ভাৰততে শিক্ষা গ্ৰহণ কৰিছিল যদিও পাছলৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰতো শিক্ষা গ্ৰহণ কৰে। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰ আছিল টাৰবিউলেন্স আৰু পৰিধি স্তৰ। ১৯৭২ চনত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। তেওঁক ১৯৭১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ[1] আৰু ১৯৮১ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ[1] প্ৰদান কৰা হয়।

ভাৰতলাহোৰত (এতিয়াৰ পাকিস্তানত) অৱস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা সতীশ ধৱনে পদাৰ্থ বিজ্ঞান আৰু গণিতশাস্ত্ৰ বিষয়ত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰোপৰি তেওঁ যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক আৰু ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৪৭ চনত মিনেয়াপলিছত অৱস্থিত মিনেছটা বিশ্ববিদ্যালয়ৰ পৰা এৰ’স্পেছ অভিযান্ত্ৰিকীত বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বৈমাণিকী অভিযান্ত্ৰিকীৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৫১ চনত ড॰ হানছ্ ডব্লিউ. লিপমানৰ নিৰীক্ষণত গণিত আৰু এৰ'স্পেছ অভিযান্ত্ৰিকীত দুটাকৈ পি. এইচ. ডি. অৰ্জন কৰে। তদুপৰি তেওঁ লুধিয়ানাৰ চৰকাৰী মহাবিদ্যালয়টো অধ্যয়ন কৰিছিল আৰু সেইকাৰণেই ১৯৭৬ চনত পঞ্জাব চৰকাৰে মহাবিদ্যালয়খনৰ নাম তেওঁৰ নামেৰে পুনৰ্নামকৰণ কৰে।

মহাকাশ অনুসন্ধানত নেতৃত্ব

[সম্পাদনা কৰক]

In 1972 Dr. Dhawan became chairman of the ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) and Secretary to the ভাৰত চৰকাৰ at the মহাকাশ বিভাগ.

এ পি জে আব্দুল কালাম explains that in 1979 when he was the director of a উপগ্ৰহ উৎক্ষেপণ যান, the mission failed to launch the satellite in the orbit. Instead it was put into বংগোপসাগৰ. The team of Abdul Kalam knew that there is a leakage in the fuel of the system, but they hoped that the leakage is negligible, and they thought there was enough fuel in the system. This miscalculation lead to the failure. Satish Dhawan being the chairman at the time, called Abdul Kalam and conveyed to press "We failed! But I have a very good trust in my team that next time we will be succeeding for sure". This surprised Abdul Kalam as the blame of the failure was taken by the chairman of ISRO. The next mission was prepared and launched successfully in 1980. At this moment of success, Satish Dhawan told Abdul Kalam to attend the press meet without his presence. When the team failed, he took the blame. But when the team succeeded, he redirected the success to his team, thus portraying the picture of a true leader.

Satish Dhawan was chairman of ভাৰতীয় মহাকাশ গৱেষণা সংস্থা until 1984.

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে

[সম্পাদনা কৰক]

Dr. Dhawan joined as faculty at the ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc), বেংগালুৰু in 1951 and became its Director in 1962. Although he was the head of the Indian space programme, he devoted substantial efforts towards boundary layer research. His most important contributions are presented in the seminal book Boundary Layer Theory by হাৰ্মান শ্বলিচটিং. He set up the country's first ছুপাৰছনিক বতাহৰ সুৰংগ at IISc. He also pioneered research on relaminarization of separated boundary layer flows, three-dimensional boundary layers and ট্ৰাইছনিক flows.

মহাকাশ অনুসন্ধানত সমৰ্থন

[সম্পাদনা কৰক]

Dhawan carried out pioneering experiments in rural education, দূৰৱৰ্তী সংবেদন and উপগ্ৰহ communications. His efforts led to operational systems like ভাৰতীয় ৰাষ্ট্ৰীয় উপগ্ৰহ ব্যৱস্থা, a telecommunications satellite; ভাৰতীয় ৰিম’ট চেন্সিং উপগ্ৰহ, and the মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন, that placed ভাৰত in the league of space faring nations.[উদ্ধৃতিৰ প্ৰয়োজন]

Dhawan died on 3 January 2002 in বেংগালুৰু.[2] Following his death, the satellite launch centre at সতীশ ধৱন মহাকাশ কেন্দ্ৰ, অন্ধ্ৰপ্ৰদেশ, located about 100 km north of চেন্নাই in দক্ষিণ ভাৰত, was renamed to the সতীশ ধৱন মহাকাশ কেন্দ্ৰ. সতীশ চন্দ্ৰ ধাৱন চৰকাৰী মহাবিদ্যালয় ল'ৰাৰ বাবে is named after him.

  • জেষ্ঠ বৈজ্ঞানিক প্ৰাধিকাৰী, ১৯৫১
  • অধ্যাপক আৰু বৈমাণিকী অভিযান্ত্ৰিক বিভাগৰ প্ৰধান অধ্যাপক, ১৯৫৫
  • সঞ্চালক, ১৯৬২–১৯৮১[3]
  • অতিথি অধ্যাপক, ১৯৭১–৭২
  • অধ্যক্ষ, অনুসন্ধান পৰিষদ, ১৯৮৪–৯৩
  • সভাপতি, ১৯৭৭–১৯৭৯
  • অধ্যক্ষ, ১৯৭২–১৯৮৪
  • ভাৰতীয় মহাকাশ আয়োগ
  • অধ্যক্ষ, ১৯৭২–২০০২
  • পদ্মবিভূষণ (ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান), ১৯৮১[1]
  • পদ্মভূষণ (ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান), ১৯৭১[1]
  • ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা, ১৯৯৯
  • বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
  • বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা, কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ১৯৬৯
  • ১৯৫৩: "Direct measurements of skin friction", Technical Report 1121, National Advisory Committee for Aeronautics, Washington DC.
  • ১৯৫৮; "Some properties of boundary layer flow during the transition from laminar to turbulent motion", Journal of Fluid Mechanics 3(4): 418 – 36 doi:10.1017/S0022112058000094
  • ১৯৬৭: "Aeronautical Research in India", (22nd British Commonwealth Lecture), Journal of the Royal Aeronautical Society 71: 149-184.
  • ১৯৮২: "A glimpse of fluid mechanics research in Bangalore 25 years ago", in India: Surveys in fluid mechanics, Indian Academy of Sciences (Eds. R Narasimha, S M Deshpande) 1-15.
  • ১৯৮৮: Developments in Fluid Mechanics and Space Technology, (Eds. R Narasimha, APJ Abdul Kalam) Indian Academy of Sciences.
  • ১৯৯১: "Bird flight", Sadhana Proceedings in Engineering Sciences, Indian Academy of Sciences.
  • ২০০০: Special Section on Instabilities, transitions and turbulence, (Ed. R Narasimha) Current Science 79: 725-883.

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  2. "Satish Dhawan passes away". http://www.thehindu.com/2002/01/05/stories/2002010501711300.htm। আহৰণ কৰা হৈছে: 3 January 2018. 
  3. "About IISc Heritage". Indian Institute of Science. Archived from the original on 15 August 2013. https://web.archive.org/web/20130815174415/http://www.iisc.ernet.in/about-iisc/heritage.php। আহৰণ কৰা হৈছে: 13 September 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]