সদস্য:Alendra Bhushan Baishya

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়োৱাৰ লগতে ইংৰাজী ৱিকিপেডিয়াটো অলপ কাম কৰোঁ । তদুপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি ডাটা সৰু-সুৰা কাম কৰোঁ । আজৰি সময়ত মই কম্পিউটাৰ সম্পৰ্কীয় জ্ঞান আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ । সাহিত্য আৰু কলাৰ সংস্কৃতিৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ । আধুনিক বিজ্ঞান, প্ৰযুক্তি, সাহিত্য, জীৱবিজ্ঞান, ধৰ্ম, সংগীত আৰু তথ্যবিজ্ঞানত মোৰ ৰাপ আছে ।


Alendra Bhushan Baishya
নাম অলেন্দ্ৰ ভূষণ বৈশ্য
জন্ম দিন ২৪ ফেব্ৰুৱাৰী
বৰ্তমানৰ ঠিকনা গুৱাহাটী, অসম, ভাৰত
জাতীয়তা ভাৰতীয় ভাৰত
যোগাযোগ
ই-মেইল alendra.bh.baishya@gmail.com

Userbox[সম্পাদনা কৰক]

Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।

Others[সম্পাদনা কৰক]