সদস্য:Aryan/জানেনে
অৱয়ব
- চট্টগ্ৰাম বন্দৰটোৱে বাংলাদেশৰ ৰপ্তানি-আমদানিৰ ৯০ শতাংশতকৈ অধিক ব্যৱসায় পৰিচালনা কৰে।
- লেহ জিলা ভাৰতৰ কচ্চৰ জিলাৰ পিছতে দেশৰ দ্বিতীয় বৃহত্তম জিলা।
- আদা উৎপাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে প্ৰথম।
- সুন্দৰবন অঞ্চলৰ মানুহে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বনবিবিক পূজা কৰে।