সমললৈ যাওক

সদস্য:Nabeen Burhagohain

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মোৰ নাম নবীন বুঢ়াগোহাঞি। মোৰ ঘৰ কামৰূপ মহানগৰ জিলাৰ পল্টন বজাৰত। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও।
চিৰ চেনেহী মোৰ ভাষা জননী

User:nabeen_burhagohain   মোৰ সদস্য বাৰ্তা পৃষ্ঠা    
Nabeen Burhagohain
নাম নবীন বুঢ়াগোহাঞি
জন্ম দিন ৭ এপ্ৰিল
জন্ম স্থান গুৱাহাটী
বৰ্তমানৰ ঠিকনা [গুৱাহাটী]]
জাতীয়তা ভাৰতীয়ভাৰত
যোগাযোগ
ই-মেইল sanmilan2010@gmail.com
মোৰ বৰঙনি   মই সৃষ্টি কৰা প্ৰবন্ধ   মোৰ অসমীয়া ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা    
আজৰি সময়ত মই কিতাপ পঢ়ি আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সংস্কৃতি, জীৱবিজ্ঞান, ইতিহাস, ধৰ্ম, কলা, সংগীত, জ্যোতিৰ্বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানত মোৰ ৰাপ আছে।
এই সদস্যজন ৱিকিপিডিয়াত ১০ বছৰ,  মাহ, আৰু  দিন ধৰি আছে।
This user comes from Assam.
এই সদস্যজন অসমৰ
“জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
ৱিকিপিডিয়া:বাবেল
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
ৱিকিপিডিয়ানৰ ভাষাসমূহ