লাগুনা ডেল মাউলে (আগ্নেয়গিৰি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:RajPentyৰ পৰা পুনঃনিৰ্দেশিত)
লাগুনা ডেল মাউলে
A false colour satellite image of Laguna del Maule, a lake with an irregular shape within mountains
আগ্নেয়গিৰিটোৰ এক মিছাৰঙী ছবি
অৱস্থান
অৱস্থিতি মাউলে অঞ্চল, চিলি
প্ৰসাৰ এণ্ডিজ পৰ্বতমালা
স্থানাংক 36°04′03″S 70°31′21″W / 36.0675°S 70.5225°W / -36.0675; -70.5225স্থানাংক: 36°04′03″S 70°31′21″W / 36.0675°S 70.5225°W / -36.0675; -70.5225
ভূতত্ত্ব
প্ৰকাৰ আগ্নেয়ক্ষেত্ৰ
Volcanic arc/belt দক্ষিণ আগ্নেয়গিৰি ক্ষেত্ৰ
শেহতীয়া উদ্গীৰণ ৮০০ ± ৬০০

লাগুনা ডেল মাউলে (ইংৰাজী: Laguna del Maule) হৈছে চিলিএণ্ডিজ পৰ্বতমালাৰ এক আগ্নেয়ক্ষেত্ৰ। ই আৰ্জেণ্টিনা-চিলি সীমান্তৰ ওচৰত অৱস্থিত, আৰু আংশিকভাৱে এই সীমান্ত অতিক্ৰমো কৰিছে।[1] আগ্নেয়ক্ষেত্ৰৰ বেছিভাগ চিলিৰ মাউলে অঞ্চলৰ টালকা প্ৰদেশত আছে। ই দক্ষিণ আগ্নেয়গিৰি অঞ্চলৰ এটা অংশ, এণ্ডিয়ান আগ্নেয়গিৰি বেল্টৰ অংশ। আগ্নেয়গিৰি ক্ষেত্ৰখনে ৫০০ বৰ্গ কি.মি (১৯০ বৰ্গ মাইল) এলেকা আৱৰি আছে। আৰু ইয়াত কমেও ১৩০টা আগ্নেয়গিৰিৰ বেল্ট আছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Frugone-Álvarez et al. 2020, p.1100
  2. Cordell, Unsworth and Díaz 2018, p. 170