সদস্য:Saurabhsaha/জানেনে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • চট্টগ্ৰাম বন্দৰটোৱে বাংলাদেশৰ ৰপ্তানি-আমদানিৰ ৯০ শতাংশতকৈ অধিক ব্যৱসায় পৰিচালনা কৰে।
  • লেহ জিলা ভাৰতৰ কচ্চৰ জিলাৰ পিছতে দেশৰ দ্বিতীয় বৃহত্তম জিলা।
  • আদা উৎপাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে প্ৰথম।
  • সুন্দৰবন অঞ্চলৰ মানুহে বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বনবিবিক পূজা কৰে।