সমললৈ যাওক

সদস্য বাৰ্তা:কল্যাণ শইকীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic নতুন প্ৰবন্ধ

নতুন প্ৰবন্ধ

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত লিখাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু আপোনাৰ শেহতীয়া লেখাবোৰত দেখা গৈছে যে, আপুনি পূৰ্ৱৰে পৰা উপলব্ধ বিষয়ৰ প্ৰবন্ধ ৰচনা কৰিছে। তদুপৰি ৱিকিপিডিয়াত সাধাৰণতে ‘পণ্ডিত’, ‘মহাশয়’ আদি শব্দ লগাই প্ৰবন্ধ লিখা নহয়। গতিকে এই ক্ষেত্ৰত কিছু ধ্যান দিবলৈ অনুৰোধ কৰিলোঁ। আপুনি ইচ্ছা কৰিলে এই তালিকাখনত থকা বিষয়সমূহৰ (ৰঙা লিংকত থকা) প্ৰবন্ধ লিখিব পাৰে। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 11:38, 15 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক