সদস্য বাৰ্তা:কুন্দন বৰ্মন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-অজয় দাস (বাৰ্তা) 09:54, 22 February 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিশ্বকোষৰ প্ৰবন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আপুনি সৃষ্টি কৰা "গালি", "নামনি অসমৰ কেইটামান লোকপ্ৰিয় ধেমেলিয়া গালি" পৃষ্ঠা দুটাত মৌলিক কথা সোমাই পৰাৰ আশংকা আছে। সেইবাবে এইকেইটা বিশ্বকোষৰ বাবে উপযুক্ত নহয়। "জিয় চিম" পৃষ্ঠাটোৰ বাবে পৰ্যাপ্ত সমল নাই। তাৰ পৰিৱৰ্তে ইং ৱিকিপিডিয়াৰ পৰা Jio প্ৰবন্ধটোৰ অসমীয়া অনুবাদ কৰিব পাৰে। গতিকে এই পৃষ্ঠাকেইট মচি দিয়া হ'ব। বেয়া নাপায় যেন। নতুন সদস্যৰ বাবে আটাইতকৈ সহজ কাম হ'ব ইং ৱিকিপিডিয়াত থকা গুৰুত্বপূৰ্ণ প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত নাথাকিলে সেয়া চমুকৈ হ'লেও অনুবাদ কৰা। লগতে "ৱিকিপিডিয়া"সৰল সহায়িকা" পৃষ্ঠাটোত এবাৰ চকু ফুৰাব। — গীতাৰ্থ বৰদলৈ (talk) 19:06, 23 February 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]