সদস্য বাৰ্তা:চন্দ্ৰনা দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়াৰ প্ৰবন্ধশৈলী[সম্পাদনা কৰক]

নমস্কাৰ চন্দ্ৰনা দাস। শেহতীয়াকৈ আপুনি অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা ৰাভাসকলৰ বসন্তকালীন উৎসৱ , দেউৰীসকলৰ ব'হাগ বিহুৰ স্বকীয়তা , সোণোৱালসকলৰ ব'হাগ বিহুৰ স্বকীয়তা, মৰাণসকলৰ ব'হাগ বিহুৰ লোকাচাৰ নামৰ প্ৰবন্ধকেইটাৰ লেখনশৈলী ৱিকিপিডিয়াৰ নীতি অনুসৰি হোৱা নাই। ইয়াৰোপৰি তথ্যসূত্ৰ দিয়াৰ নিয়মো সঠিক হোৱা নাই। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। অনুগ্ৰহ কৰি পুনৰ কোনো নতুন প্ৰবন্ধ লিখাৰ আগেয়ে সহায়ৰ বাবে সহায়িকা আৰু মৌলিক গৱেষণাৰহিত লেখা পৃষ্ঠা দুটাত চকু ফুৰাব। ধন্যবাদ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 08:55, 12 মে' 2021 (ইউ.টি.চি.)

@চন্দ্ৰনা দাস: বাৰ্তাসমূহ পঢ়ি চাবলৈ পুনৰবাৰ অনুৰোধ থাকিল। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 17:59, 12 মে' 2021 (ইউ.টি.চি.)

ৱিকিপিডিয়া কি নহয়[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম। শেহতীয়াকৈ আপোানাক অসমীয়া ৱিকিত বহুকেইটা প্ৰবন্ধ সৃষ্টি কৰা দেখা গৈছে। তাৰবাবে আপোনাক অশেষ ধন্যবাদ। অনুগ্ৰহ কৰি ৱিকিপিডিয়া কি হয় বা কি নহয়, সেই বিষয়ে বুজিবলৈ ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় শীৰ্ষক পৃষ্ঠাটো চাওক। কিবা অসুবিধা পালে বা ৱিকি সম্পৰ্কে কিবা জানিবলৈ মন কৰিলে মোৰ বাৰ্তা পৃষ্ঠাত নিসংকোচে সুধিব পাৰে।
বাবুল বৈশ্য (বাৰ্তা) 09:12, 12 মে' 2021 (ইউ.টি.চি.)

ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে অশেষ ধন্যবাদ৷ আপোনাৰ লিখাৰ ধৰণবোৰত সাহিত্যিক ভাষাৰ প্ৰয়োগ হৈছে৷ ভাষাবোৰ তথ্যধৰ্মী কৰিব৷ সেইদৰে ৰচনাধৰ্মী কৰাৰ বিপৰীতে বিভিন্ন বিভাজন অনুসৰি বিসয়বস্তু সম্পৰ্কে লিখিব৷ আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধবোৰ কেনেদৰে লিখা হৈছে, সেইয়া ‘উৎস সম্পাদনা’ত ক্লিক কৰি চাব পাৰে৷
Bhaskarjyoti Bhuyan (বাৰ্তা) 16:15, 12 মে' 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.