সদস্য বাৰ্তা:ধৰ্মেন্দ্ৰ মজুমদাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

— গীতাৰ্থ বৰদলৈ (talk) 09:13, 30 October 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখি, আপোনাক ৱিকিপিডিয়া এছিয়ান মাহ যোগদান কৰিবলৈ আমন্ত্ৰণ জনালোঁ!

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে প্ৰতিবছৰে অনুষ্ঠিত এটি অনলাইন সম্পাদনামেলা (এডিট-এ-থন) বিশেষ, যাৰ লক্ষ্য হৈছে এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি কৰা। এই বছৰো অহা নৱেম্বৰ মাহত এই সম্পাদনামেলা অনুষ্ঠিত কৰি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিগত বৰ্ষত এই মেলাৰ জৰিয়তে ৪৩ টা ভাষাত প্ৰায় ৭,০০০ তকৈও অধিক প্ৰবন্ধ লিখা হৈছিল।

ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ বন্ধুত্বৰ চিন স্বৰূপে, প্ৰৱন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ পূৰণ কৰা কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা প্ৰত্যেকজন যোগদানকাৰীকে বিশেষভাৱে সজোৱা এটিকৈ পোস্টকাৰ্ড প্ৰদান কৰা হ'ব।

আটাইতকৈ অধিক প্ৰৱন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানজনক "ৱিকিপিডিয়া এছীয় দূত" সন্মানেৰে বিভূষিত কৰা হ'ব।

ধন্যবাদ সহকাৰে! দিব্য দত্ত (বাৰ্তা) 17:23, 27 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰবন্ধ বিস্তাৰ[সম্পাদনা কৰক]

অসমীয়াত ৱিকিপিডিয়াত আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে ধন্যবাদ! আশা কৰোঁ আগলৈও আপুনি ৱিকিপিডিয়া/ৱিকিউৎসলৈ বৰঙণি আগবঢ়াই যাব।

নতুন পৃষ্ঠা সৃষ্টি কৰিব পাৰিছে যেতিয়া পৰৱৰ্তী কাম হ'ব প্ৰবন্ধ বিস্তাৰ। এশাৰীৰ পৃষ্ঠা ৱিকিপিডিয়াত বেয়া দেখি। গতিকে অনুগ্ৰহ কৰি আৰু অলপ তথ্য যোগ দি অন্ততঃ এটা পৰিচ্ছেদৰ প্ৰবন্ধ গঢ়ি তোলক। কিবা অসুবিধা পালে ইয়াত বা ফেইচবুক গোটত কাৰোবাক সুধিলেই হ'ল। ৱিকিপিডিয়া:সৰল সহায়িকা পৃষ্ঠাটোও চাব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 05:36, 30 January 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় ধৰ্মেন্দ্ৰ মজুমদাৰ,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.