সমললৈ যাওক

সদস্য বাৰ্তা:লুইত কিৰণ দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্য উৎসৰ উল্লেখ

[সম্পাদনা কৰক]

তথ্য উৎসৰ উল্লেখ

[সম্পাদনা কৰক]

নমস্কাৰ লুইত কিৰণ দাস। অসমীয়া ৱিকিপিডিয়াত আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে আন্তৰিক অভিনন্দন যাচিলোঁ। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহত সন্নিৱিষ্ট তথ্যসমূহৰ উৎস সঠিকভাৱে উল্লেখ কৰাটো অতিশয় জৰুৰী। ই প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাৰ লগতে ইয়াৰ মান বৃদ্ধি কৰে। কোনো গ্ৰন্থৰ পৰা উদ্ধৃত তথ্য হ'লে গ্ৰন্থখনৰ নাম আৰু লেখকৰ নামৰ লগতে গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল, প্ৰকাশক কোন এই কথাখিনিও সন্নিৱিষ্ট কৰিব লাগে। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধসমূহ পঢ়ি চালেও বিভিন্ন বিষয়ত সহায় পাব। অসমৰ মাছ ধৰা সঁজুলি প্ৰবন্ধটো পঢ়ি চাবচোন। আশাকৰোঁ‌ আগলৈয়ো এনেদৰে ৱিকিপিডিয়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব। শুভেচ্ছাৰে।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 11:57, 10 মে' 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.