সদস্য বাৰ্তা:DR DIPUL CH HALOI

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Ani ttbr (talk) 17:20, 12 অক্টোবৰ 2012 (UTC)

জাপানীজ এনকেলাইটিছ[সম্পাদনা কৰক]

মহাশয়, আপুনি অলপ আগেয়ে লিখা প্ৰবন্ধটো সদস্য:DR DIPUL CH HALOI/জাপানীজ এনকেলাইটিছ লৈ স্থানান্তৰ কৰা হৈছে| ৱিকিপিডিয়াত আপোনাৰ এই প্ৰথম প্ৰচেষ্টা আদৰণীয়, আদৰণি পৃষ্ঠাত দিয়া সংয়োগকেইটা এপাক চকু ফুৰাবচোন আৰু লগতে ইংৰাজী ৱিকিত লিখা Japanese encephalitis প্ৰবন্ধটো চাব| অনুগ্ৰহ কৰি প্ৰবন্ধটো তেনে ধৰনেৰে গঢ় দিয়াৰ চেষ্টা কৰি চাব বুলি আশা কৰিলো| সম্পাদনাবোৰ আপোনাৰ সদস্যপৃষ্ঠাতে কৰি থাকিব পাৰে| শেষ হোৱাৰ পাছত আমি পুণৰ মুখ্য স্থানলৈ লৈ আনিম| ধন্যবাদ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:38, 12 অক্টোবৰ 2012 (UTC)