সদস্য বাৰ্তা:DR DIPUL CH HALOI
নমস্কাৰ, DR DIPUL CH HALOI
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
Ani ttbr (talk) 17:20, 12 অক্টোবৰ 2012 (UTC)
জাপানীজ এনকেলাইটিছ
[সম্পাদনা কৰক]মহাশয়, আপুনি অলপ আগেয়ে লিখা প্ৰবন্ধটো সদস্য:DR DIPUL CH HALOI/জাপানীজ এনকেলাইটিছ লৈ স্থানান্তৰ কৰা হৈছে| ৱিকিপিডিয়াত আপোনাৰ এই প্ৰথম প্ৰচেষ্টা আদৰণীয়, আদৰণি পৃষ্ঠাত দিয়া সংয়োগকেইটা এপাক চকু ফুৰাবচোন আৰু লগতে ইংৰাজী ৱিকিত লিখা Japanese encephalitis প্ৰবন্ধটো চাব| অনুগ্ৰহ কৰি প্ৰবন্ধটো তেনে ধৰনেৰে গঢ় দিয়াৰ চেষ্টা কৰি চাব বুলি আশা কৰিলো| সম্পাদনাবোৰ আপোনাৰ সদস্যপৃষ্ঠাতে কৰি থাকিব পাৰে| শেষ হোৱাৰ পাছত আমি পুণৰ মুখ্য স্থানলৈ লৈ আনিম| ধন্যবাদ| বিষ্ণু শইকীয়া বাৰ্তা 17:38, 12 অক্টোবৰ 2012 (UTC)