সদস্য বাৰ্তা:Dhrubajyoti

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

Anjal Borah (talk) 10:28, 30 এপ্ৰিল 2012 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:06, 8 জুলাই 2012 (UTC))

আলোচনা[সম্পাদনা কৰক]

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:24, 17 নৱেম্বৰ 2012 (UTC)

গজনাৰায়ণ[সম্পাদনা কৰক]

প্ৰবন্ধটো আপুনি আৰম্ভ কৰিছিল নেকি? আৰু অলপ তথ্য যোগ দিব লাগিছিল। প্রভাকৰ শৰ্মা নেওগ (talk) 11:15, 17 জানুৱাৰী 2014 (UTC)

হয়৷ তেখেতৰ বিষয়ে তথ্য পোৱা বৰ টান৷ তথাপি চেষ্টা কৰিম বাৰু৷ অলপ বিচাৰ-খোচাৰ কৰিলে পাবও পাৰোঁ৷ -ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 04:13, 26 জানুৱাৰী 2014 (UTC)