সদস্য বাৰ্তা:Homen Biswas
নমস্কাৰ, Homen Biswas
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
-- গীতাৰ্থ বৰদলৈ (talk) 09:49, 22 মাৰ্চ 2012 (UTC)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি বৰগীত#সংগীত শৈলী আৰু চাহ#অসম আৰু চাহ শিল্প অনুচ্ছেদ দুটাত তথ্যসূত্ৰ উল্লেখ কৰি প্ৰবন্ধকেইটা বিশ্বাসযোগ্য কৰক। তথ্যসূত্ৰ দিয়াৰ বিষয়ে জানিবলৈ ৱিকিপিডিয়া:সহায়িকা#উদ্ধৃতি চাওক। — গীতাৰ্থ বৰদলৈ (talk) 10:54, 11 এপ্ৰিল 2012 (UTC)
এই সাহায্য অনুৰোধৰ উত্তৰ দিয়া হৈছে। যদি আপোনাক অধিক সহায়ৰ প্ৰয়োজন, তেন্তে এই পৃষ্ঠাৰ {{help me-helped}} সংকেতটো {{help me}}ৰে সলনি কৰক। নাইবা আপুনি সংশ্লিষ্ট সদস্যজনক তেওঁৰ নিজা আলোচনা পৃষ্ঠাত যোগাযোগ কৰিব পাৰে। |
- কি সহায় বিচাৰিছে সেয়া লিখক! তেতিয়াহে সহায় পাব! — গীতাৰ্থ বৰদলৈ (talk)
ৱিকিপিডিয়া
[সম্পাদনা কৰক]আপুনি আহিয়েই ঘণ্ট-মণ্ট লগাই দিছে! অনুগ্ৰহ কৰি ৱিকিপিডিয়া:পাঁচটা স্তম্ভ আৰু ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পৃষ্ঠা দুখন এবাৰ পঢ়ি চাওক। প্ৰবন্ধবোৰত নিজৰ মতামত নিলিখিব। তথ্যসূত্ৰ দিয়ক। কাৰোবাক বাৰ্তা দিবলৈ গৈ তেওঁৰ সদস্য পৃষ্ঠা সম্পাদনা নকৰিব। ফে'চবুকৰ Assamese wikipedia community গোটটোলৈও আহক। — গীতাৰ্থ বৰদলৈ (talk)
Thanks for help. Homen Biswas (talk) 17:02, 2 ফেব্ৰুৱাৰী 2013 (UTC)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.