সদস্য বাৰ্তা:KB.5344

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গুৰুত্বৰ ধ্বংসাত্মক প্ৰৱণতা সম্পৰ্কত[সম্পাদনা কৰক]

নমস্কাৰ! আপোনাক জনোৱা হয় যে আপুনি ৱিকিত গুৰুত্বৰ ধ্বংসাত্মক কাৰ্যত জড়িত হোৱা দেখা গৈছে। ৱিকি নিজৰ নামত একাধিক একাউণ্ট সৃষ্টি তথা নিজা ভ্লগ আদিৰ পৃষ্ঠা সৃষ্টিৰ বাবে বিজ্ঞাপনৰ মাধ্যম নহয়। আপোনাৰ ৱিকিসম্পৰ্কে থকা জ্ঞান কোনো বিশেষ গঠনমূলক কামত প্ৰয়োগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে পুনৰাই এনে ধ্বংসাত্মক কামত জড়িত নহ'বলৈ সচেতন কৰি দিয়া হ'ল। -Nayan j Nath (বাৰ্তা) 07:30, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হব দিয়ক KB.5344 (বাৰ্তা) 12:05, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পৃষ্ঠা Delete নকৰিবৰ বাবে[সম্পাদনা কৰক]

নমস্কাৰ!

দিব্য দত্ত আপুনি যাতে এই পৃষ্ঠাটো সালসলনি বা Delete কৰি নিদিয়ে। KB.5344 (বাৰ্তা) 12:04, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নমস্কাৰ, সদস্য:কাশ্যপ (ইউটিউবাৰ) পৃষ্ঠাটো নিবন্ধিত নহয়, অৰ্থাৎ এই একাউণ্টটো আপুনি লগ-ইন কৰা একাউণ্ট নহয়। সেইবাবে ৱিকিপিডিয়াৰ পৰা এই পৃষ্ঠাটো ডিলিট কৰিব লাগিব। এই পৃষ্ঠাটো আপুনি ব্যৱহাৰ কৰিবলৈ হ’লে আপুনি সেই নামত একাউণ্ট খুলি লব লাগিব। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 13:22, 4 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]