সদস্য বাৰ্তা:Minu Dutta

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যৰ উৎস বা ৰেফাৰেঞ্চ দিয়াৰ পদ্ধতি[সম্পাদনা কৰক]

নমস্কাৰ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে অশেষ ধন্যবাদ জনালোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা উপভাষা প্ৰৱন্ধটোত তথ্যসূত্ৰ সঠিকভাৱে আৰু সহজতে কেনেকৈ দিব পাৰি সেই বিষয়ে জানিবলৈ আপুনি লিংকটোত ক্লিক কৰিব পাৰে নাইবা chandan.official7@gmail.com ঠিকনাত মোলৈ ই-মেইল প্ৰেৰণ কৰিব পাৰে। আশা কৰিছোঁ‌ অসমীয়া ৱিকিপিডিয়াৰ সৈতে আপুনি আগলৈয়ো বৰঙণি আগবঢ়াই যাব।--Chandan Chiring Phukon Let's chat 14:48, 28 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]