সদস্য বাৰ্তা:Pathak brajen

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

 বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:57, 13 এপ্ৰিল 2012 (UTC)

ফটো আপলোড[সম্পাদনা কৰক]

আপুনি আপলোড কৰা ছবি দুখনত অলপ কাৰিকৰী সমস্যা আহিছিল। আৰু ছবিসমূহত বিশেষ প্ৰয়োজন নহলে নিজৰ ফটো দিলে ভাল নেদেখি| অনুগ্ৰহ কৰি ছবিবোৰৰ ভাল সংস্কৰণ আকৌ আপলোড কৰকচোন| বিষ্ণু  বাৰ্তা  19:08, 1 মে' 2012 (UTC)

ব্ৰজেন পাঠক দা, কেৱল বৈকুণ্ঠ দ্বাৰৰ ফটো আপল'ড কৰক। নিজৰ ছবি লগত নিদিব। এনে চিত্ৰ ৱিকিপিডিয়াত ভাল নেদেখি। — গীতাৰ্থ বৰদলৈ (talk)


প্ৰতিযোগিতাৰ ফটোবোৰ ইয়াত পাব

অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে গীতাৰ্থ বৰদলৈ লৈ ধন্যবাদ জনালো| লগতে ম‍ইও একমত নিজৰ ফটোসহ আপলোড কৰাৰ কথাটোত। প্ৰতিযোগিতাত কি দিও বিবুধিত কম্পিউটাৰত থকা ফটোখন আপলোড কৰা হ’ল। আশাকৰো আতৰাই দিব।--Pathak brajen (talk) 16:57, 2 মে' 2012 (UTC)

পৰীক্ষাগাৰ[সম্পাদনা কৰক]

ব্ৰজেনদা আপোনাৰ সহায়ৰ বাবে নিম্নোক্ত পৃষ্ঠাটো সহজভাৱে সৃষ্টি কৰি দিছো| তলৰ প্ৰবন্ধটো উন্নীতকৰণ কৰাৰ পাছত মূল প্ৰবন্ধলৈ স্থানান্তৰ কৰি দিলে ভাল হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:56, 13 জুন 2012 (UTC)