সদস্য বাৰ্তা:Priyanka Bhuyan
নমস্কাৰ, প্ৰিয়ংকা ভূঞা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
দীপাংকৰ চেতিয়া? 09:38, 16 ডিচেম্বৰ 2013 (UTC)
অৰুণোদয় যুগ
[সম্পাদনা কৰক]"অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ" প্ৰবন্ধটোৰ বাবে ধন্যবাদ। লেখাটোত কেৱল সৰু-সুৰা দুটামান ত্ৰুটি আছে (ৱিকিপিডিয়াৰ হিচাপত)। সেয়া আঁতৰাই লেখাটো "ৱিকিফাই" কৰিব পৰা যাব। আপুনি মাত্ৰ এটা কাম কৰক। লেখাটোৰ তলত সহায়ক গ্ৰন্থৰ এখন তালিকা দিয়া হৈছে যদিও পৃষ্ঠা সংখ্যা উল্লেখ কৰা নাই। আপুনি লেখাটোৰ কোন অংশ কোন কিতাপৰ কোন পৃষ্ঠাৰ পৰা সহায় লৈছে সেয়া ভৰাই যাওক। সেই বিষয়ে আৰু ৱিকিপিডিয়াৰ প্ৰবন্ধ-শৈলীৰ বিষয়ে জানিবলৈ 'ৱিকিপিডিয়া:সৰল সহায়িকা' পৃষ্ঠাখন পঢ়িব পাৰে। অসুবিধা পালে জনাব মোৰ নামটোৰ কাষতে থকা 'talk' লিংকত ক্লিক কৰি জনাব। — গীতাৰ্থ বৰদলৈ (talk) 06:34, 17 ডিচেম্বৰ 2013 (UTC)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.