সদস্য বাৰ্তা:Riju500

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলা পক্ষ[সম্পাদনা কৰক]

@Riju500: অনুগ্ৰহ কৰি প্ৰবন্ধ এটাৰ আগেয়ে লিখি থোৱা অংশ কাটি দিয়াৰ পৰা বিৰত থাকক। এই কাৰ্যক ধংসপ্ৰৱণতা (WP:VAND) হিচাপে গণ্য কৰা হয়। প্ৰবন্ধটোত লিখা কথাখিনিৰ সম্পৰ্কত কিবা আপত্তি থাকিলে ইয়াত আলোচনা কৰিব পাৰে।---Chandan Chiring Phukon Chat 14:03, 25 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Chiring chandan: মই আগতে প্ৰবন্ধটো ইংৰাজীৰ পৰা বাংলালৈ অনুবাদ কৰাৰ পিছত, মই এসপ্তাহৰ ভিতৰত গোটেই ইংৰাজী প্ৰবন্ধটো অসমীয়ালৈ অনুবাদ কৰিম। ≈ MS Sakib  «কওক...» 18:31, 25 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]