সদস্য বাৰ্তা:Sachidananda Saikia
বিষয় যোগ কৰকঅৱয়ব
|
|
নমস্কাৰ, Sachidananda Saikia
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
প্রভাকৰ শৰ্মা নেওগ (talk) 16:13, 21 জুন 2015 (UTC)
বাৰ্তা:মানৱ উপস্থ
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি এয়া পঢ়কঃ বাৰ্তা:মানৱ উপস্থ
প্রভাকৰ শৰ্মা নেওগ (talk) 16:43, 21 জুন 2015 (UTC)
- ধন্যবাদ। প্ৰবন্ধটো লৈ মোৰ ব্যক্তিগত ভাৱে কোনো আপত্তি নাই। কিন্তু চ'চিয়েল মেডিয়াত অসমীয়া ৱিকিপিডিয়াক লৈ অযথা বিতৰ্ক ন্হওক বুলিয়ে মই সাৱধান হৈছিলোঁ।
- অনুগ্ৰহ কৰি ৱিকিপিডিয়াত লিখি থাকে যেন।
- প্রভাকৰ শৰ্মা নেওগ (talk) 03:49, 22 জুন 2015 (UTC)
