সদস্য:Sachidananda Saikia

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সচ্চিদানন্দ শইকীয়া[সম্পাদনা কৰক]

জন্ম ডিব্ৰুগড় , অসম
পেচা আকাশবাণী ডিব্ৰুগড়,
ভাষা অসমীয়া, ইংৰাজী, মাৰাঠী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতকোত্তৰ (অসমীয়া সাহিত্য)
বিষয় ফটোগ্ৰাফী
দাম্পত্যসংগী এল. এক্স. প'লিন হাজৰিকা

সচ্চিদানন্দ শইকীয়া (ইংৰাজী: Sachidananda Saikia) ই (UGC-JRF) গৱেষণা জলপানী লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া বিভাগত পিএইচ. ডি. উপাধিৰ বাবে গৱেষণা কৰি আছে। তেওঁৰ অধ্যয়নৰ বিষয় হৈছে "অৰুণ শৰ্মা আৰু বিজয় তেণ্ডুলকৰৰ সমাজতত্ত্ব". তদুপৰি তেওঁ বিভাগৰ পৰা "সৃষ্টিশীল ৰচনাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম" ইতিমধ্যে সমাপ্ত কৰিছে। কম্পিউটাৰ গ্ৰফিক্স আৰু ফটোগ্ৰাফীত তেওঁৰ বিষেশ ৰাপ আছে।