সদস্য বাৰ্তা:Saddam Hussain Rahmani
নমস্কাৰ, Saddam Hussain Rahmani
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
— AdoroniBot (বাৰ্তা) 14:15, 26 September 2024 (ইউ.টি.চি.)
ভাৰতীয় জাতীয় প্ৰতীক
[সম্পাদনা কৰক]ভাৰতৰ জাতীয় প্ৰতীক হৈছে অশোকৰ সিংহ ৰাজধানী, যিটো মৌৰ্য সাম্ৰাজ্যৰ প্ৰাচীন ভাস্কৰ্য্যৰ অভিযোজন। ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰা এই প্ৰতীকটো ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতীক। 2409:4065:304:B118:B4D2:CCFF:FE99:1AEF 14:43, 26 September 2024 (ইউ.টি.চি.)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]আপোনাৰ ইঞ্জিল বাবা প্ৰবন্ধটো চালো। আৰম্ভণি ধুনীয়াকৈ কৰিছে। কিন্তু ৱিকিপিডিয়াত সাধাৰণতে দুটা বা তিনিটা বাক্যৰে প্ৰবন্ধ লিখা নহয। ইমান চমু প্ৰবন্ধৰ বিলোপনৰ বাবে প্ৰস্থাৱো আহিব পাৰে। তাৰোপৰি আপুনি তথ্যসূত্ৰও দিব জনা নাই। তথ্যসূত্ৰ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে; যদি কোনো কিতাপ-আলোচনীৰ পৰা তথ্যখিনি লৈছে, তেন্তে কোনখন কিতাপৰ পৰা, লেখক কোন, পৃষ্ঠা নং কিমান, প্ৰকাশক কোন, কিমান চনত প্ৰকাশ হৈছে, সেইবোৰৰ উল্লেখ থাকিব লাগে। যদি অসুবিধা পাইছে, মোলৈ বাৰ্তা দিব পাৰে। বাবুল বৈশ্য (বাৰ্তা) 16:55, 24 October 2024 (ইউ.টি.চি.)
এছিয়ান মাহৰ সহযোগী
[সম্পাদনা কৰক]এছিয়ান মাহৰ সহযোগী | ||
হে ৱিকিসতীৰ্থ,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
|