সদস্য বাৰ্তা:Tonke Rajowar

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া সাহিত্যৰ চানেকি পৃষ্ঠা (File:অসমীয়া সাহিত্যৰ চানেকি .jpg) ফাইলটো যোগ কৰা হৈছে। কিন্তু দেখুৱাই থকা নাই। মোৰ মতে, ছবিখন কোনো এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'লে হে দেখুৱাব। -হানিফ আলী (বাৰ্তা) 07:33, 11 মে' 2021 (ইউ.টি.চি.)

নতুন প্ৰবন্ধ সৃষ্টি[সম্পাদনা কৰক]

নমস্কাৰ Tonke Rajowar। অসমীয়া ৱিকিপিডিয়াত সক্ৰিয় সদস্যৰ সংখ্যা তেনেই সীমিত আৰু সেয়েহে একেজন সদস্যই প্ৰবন্ধ লিখাৰ উপৰিও তথ্যসূত্ৰ, শ্ৰেণী, ইনফ'বক্স, সজ্জা, ৱিকিডাটা সংযোগ আদি সকলো কাম কৰিবলগীয়া হয়। গতিকে আপুনি নতুনকৈ সৃষ্টি কৰা দীপাৱলী কুৰ্মি নামৰ প্ৰবন্ধটো ৱিকিপিডিয়া শৈলীৰে সজোৱাৰ বাবে যত্ন কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। সহায়ৰ বাবে আপুনি সহায়িকা পৃষ্ঠাখন চাব পাৰে। ধন্যবাদ আৰু শুভেচ্ছাৰে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 08:39, 11 মে' 2021 (ইউ.টি.চি.)