সহায় বাৰ্তা:টাইপিং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


অপব্যৱহাৰ ৰোধ[সম্পাদনা কৰক]

@দিব্য দত্ত 2405:201:1D:EF2D:1D6A:31B6:934A:B8F8 আইপি এড্ৰেছৰ পৰা হোৱা অপব্যৱহাৰ ৰোধ কৰিবলৈ পূষ্ঠাটো অৰ্ধসুৰক্ষিত কৰিবলৈ নতুবা ব্যৱহাৰকাৰীজনক হস্বকালীন সময়ৰ কাৰণে বাৰণ (ব্লক) কৰাৰ প্ৰস্তাৱ আগবঢ়ালোঁ। তলত সাল-সলনি সমূহ উল্লেখ কৰা হৈছে:

প্ৰথম

দ্বিতীয়

তৃতীয়

Thesaurabhsaha (বাৰ্তা) 13:33, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এইবোৰ ঘটনা ভালকৈ নজনাৰ বাবে হৈ থাকে। যেতিয়ালৈকে এনে অপব্যৱহাৰ কোনোবাই কৰোঁ বুলি কৰা যেন নালাগে তেতিয়ালৈকে কাৰোবাক মাত্ৰ কেইটামান সম্পাদনাৰ বাবে ব্লক কৰা নহয়। পৃষ্ঠাটোকে সুৰক্ষিত কৰা হ’ব। দিব্য দত্ত (বাৰ্তা) 13:56, 6 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]