সাঁচ:আজিৰ আপুনি জানেনে-২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • ...যে ভিল জনজাতি চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি?
  • ...যে প্ৰতি ছেকেণ্ডত ২২৪ গিগাবাইট পৰ্যন্ত গতিৰে লাই-ফাই প্ৰযুক্তি ৱাই-ফাইতকৈ প্ৰায় ১০০ গুণ ক্ষিপ্ৰ?
  • ...যে "ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ ছিংগাপুৰাৰ পৰা যিটো আহিছে সংস্কৃতৰ सिंहपुर পৰা?
  • ...যে জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ৱাল্টাৰ লুইনৰ ভাষণৰ ভিডিঅ'সমূহে বছৰি প্ৰায় দুই নিযুত দৰ্শনী লাভ কৰে?