সাঁচ:আজিৰ আপুনি জানেনে-৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুশীল কুমাৰ
  • সুশীল কুমাৰ দুখন অলিম্পিকৰ ব্যক্তিগত শাখাত পদক জয় কৰা প্ৰথম ভাৰতীয়।
  • ৫ আগষ্ট ১৯৩০ ত জন্মগ্ৰহণ কৰা চন্দ্ৰত খোজকঢ়া প্ৰথম মানৱ আমেৰিকা যুক্তৰাষ্ট্ৰনীল আৰ্মষ্ট্ৰঙৰ ২৫ আগষ্ট ২০১২-ত চিনচিনাটীত হৃদপিণ্ডৰ অসুখৰ বাবে মৃত্যু হয়।
  • দুগ্ধ উন্নয়নত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত কৰোৱা 'দুগ্ধমানৱ ভাৰ্গিজ কুৰিয়েনে নিজে গাখীৰ নেখাইছিল।
  • আজিলৈকে হোৱা ফুটবল বিশ্বকাপৰ ফাইনেলত কেৱল ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহেহে প্ৰতিদ্বন্দিতা কৰিছে, তিনিবাৰৰ চেম্পিয়ন জাৰ্মানী আৰু পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলে সৰ্বাধিক সংখ্যাক ৭ বাৰকৈ বিশ্বকাপৰ ফাইনেল খেলিছে।
  • বৰ্তমানৰ ফিফা বিশ্বকাপৰ ট্ৰফী ১৯৭৪ চনৰ পৰা বিজয়ী দলক দি অহা হৈছে।