সাঁচ:সূৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সূৰ্য
সূৰ্য
'পৰ্যবেক্ষণলব্ধ তথ্য
পৃথিৱী পৰা গড় দূৰত্ব ১৪৯.৬×10 কিমি (৯২.৯৫×10 মা)
(পোহৰ গতিত ৮.৩১ মিনিট)
দৃশ্যমান উজ্জ্বলতা (ভি) −২৬.৮m
পৰম মান ৪.৮m
বৰ্ণালীভিত্তিক শ্ৰেণীবিন্যাস জি২ভি
কক্ষীয় বৈশিষ্ট্যসমূহ
হাতীপতিৰ কেন্দ্ৰৰ গড় দূৰত্ব ~২.৫×10১৭ কিমি
(২৬,০০০-২৮,০০০ আলোকবৰ্ষ)
কক্ষপথৰ পৰ্যায়কাল ২.২৫-২.৫০×10 a
বেগ ২১৭ কিমি/ছে তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালৰ কক্ষপথত ২০ কিমি/ছে প্ৰতিবেশি নক্ষত্ৰৰ আপেক্ষিকত
ভৌতিক বৈশিষ্ট্যসমূহ
গড় ব্যাস ১.৩৯২×10 কিমি (১০৯ পৃথিৱী)
পৰিধি ৪.৩৭৩×10 কিমি
কমলাকৃতি 9×10−6
পৃষ্ঠৰ ক্ষেত্ৰফল ৬.০৯×10১৮ মি² (১১,৯০০ পৃথিৱী)
আয়তন ১.৪১×10২৭ মি³ (১,৩০০,০০০ পৃথিৱী)
ভৰ ১.৯৮৮ ৪৩৫×10৩০ কেজি (৩৩২,৯৪৬ পৃথিৱী)
ঘনত্ব ১,৪০৮ কেজি/মি³
পৃষ্ঠৰ মধ্যাকৰ্ষণ ২৭৩.৯৫ মি সে-২ ( g ৰ ২৭.৯ গুন)
পৃষ্ঠৰ পলায়ন বেগ ৬১৭.৫৪ কিমি/সে (৫৫ পৃথিৱী)
পৃষ্ঠৰ তাপমাত্ৰা ৫৭৮৫ K
কৰোনাৰ তাপমাত্ৰা ৫ MK
কেন্দ্ৰৰ তাপমাত্ৰা ~১৩.৬ MK
উজ্জ্বলতা (Lsol) W]]
~৩.৭৫×10২৮ lm
(~98 lm/W ফলপ্ৰসূতা)
গড় তীব্ৰতা (Isol) ২.০০৯×10 W m-২ sr-১
ঘূৰ্ণন বৈশিষ্ট্যসমূহ
ক্ৰান্তিকোণ ৭.২৫° (ভূকক্ষৰ লগত)
৬৭.২৩° (কক্ষপথৰ তলৰ লগত)
উত্তৰ মেৰুৰ বিষুৱাংশ ২৮৬.১৩°
(১৯ ঘ ৪ মিন ৩০ ছে)
উত্তৰ মেৰুৰ বিষুবলম্ব +৬৩.৮৭°
(৬৩°৫২' উত্তৰ)
বিষুৱৰেখাৰ ঘূৰ্ণন কাল ২৫.৩৮ দিন
(২৫ দ ৯ ঘ ৭ মিন ১৩ ছে)
বিষুৱৰেখাৰ বেগ ৭১৭৪ কিমি/ঘ
আলোক মণ্ডলীয় গঠন (ভৰ অনুসৰে)
হাইড্ৰ’জেন ৭৩.৪৬ %
হিলিয়াম ২৪.৮৫ %
অক্সিজেন ০.৭৭ %
কাৰ্বন ০.২৯%
লো ০.১৬ %
নিয়ন ০.১২ %
নাইট্ৰ’জেন ০.০৯ %
ছিলিকন ০.০৭ %
মেগনেছিয়াম ০.০৫ %
ছালফাৰ ০.০২ %