সমললৈ যাওক

সাঁচ বাৰ্তা:আহোম ৰাজবংশ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বৰ্গদেউসকলৰ আহোম নামবোৰৰ ভিন্নতা পোৱা যায়। এই সাঁচটোৰ নামবোৰ "ইতিহাসে সোঁৱৰা ছশটা বছৰ" কিতাপৰ পৰা লোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 18:39, 8 August 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Gitartha.bordoloi: চুক্লফা নামটো ইংৰাজী ৱিকিপিডিয়াৰ মতে চুক্লমফা কৰিছিলো। আপোনাৰ হাতত কিতাপখন যদি আছে চাবচোন। নহ'লে ৰিভাৰ্ট কৰিম সালসলনিটো। --Chiring chandan (talk) 09:41, 3 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ঙি ঙাও খাম

[সম্পাদনা কৰক]

@দিব্য দত্ত File:Ahom insignia.svg আঠকোণীয়া প্ৰতীক ব্যৱহাৰ কৰি শুধৰাই দিব। KHI-LAN-TZI 09:00, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই প্ৰতীকটো ক’ৰ পৰা আহৰণ কৰা হৈছে? আপুনি নিজে অংকন কৰা প্ৰতীক এটা আহোমৰ প্ৰতীক বুলি গ্ৰহণ কৰাৰ কোনো যুক্তি নেদেখোঁ। যদি কোনো বিশ্বাসযোগ্য উৎস আছে, তেন্তে ইয়াত দিবলৈ অনুৰোধ কৰিলোঁ।দিব্য দত্ত (বাৰ্তা) 13:32, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত File:Gadadhar Singha Royal Robe .jpg চ্যু-পাত-ফাৰ চোলা অনুসৰি ড্ৰেগনৰ আকৃতি আৰু আঠকোণীয়া প্ৰতীকৰ সৈতে নিৰ্মাণ কৰিছিলোঁ। বৰ্তমান ব্যৱহাৰ হোৱা প্ৰতীকটো আঠকোণীয়া নহয় আৰু এই প্ৰতীকটোও Chaipau বোলা সদস্যজনে অংকন কৰিছিল যদিও আঠকোণীয়া নহয়। যদি own work বিশ্বাসযোগ্য নহয় তেন্তে তেওঁৰটো আঁতৰাই দিব। ড্ৰেগন সোণালী ৰঙৰ হয় আৰু পাছফালৰ অংশটো ৰঙা ৰঙৰ হয় এই সম্পদ অনুসৰী। KHI-LAN-TZI 14:00, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ইয়াত own work বিশ্বাসযোগ্য হোৱা নোহোৱাৰ কথা নাই। Chaipau য়ে অংকন কৰা ছবিখন তেওঁ নিজস্ব চিন্তাৰে সৃষ্টি কৰা ছবি নহয়, সেইখন তেওঁ আহোম সম্পৰ্কীয় কোনো ছবি বা স্থাপত্য নাইবা সংগঠনৰ প্ৰতীকৰ পৰা নকলহে কৰিছে (অৱশ্যে উৎসৰ উল্লেখ নাই কৰা)। ইয়াৰোপৰি সেই প্ৰতীকটোত ব্যৱহাৰ হোৱা ড্ৰেগনটো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতীকটো আছে। হয়তো তেঁও তাৰ পৰাও ল’ব পাৰে। ইয়াৰ লগতে এই ছবিটো অন্য বহুতো উৎসত দেখিবলৈ পোৱা যায়দিব্য দত্ত (বাৰ্তা) 14:35, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত
  • সদৌ টাই আহোম ছাত্ৰ সন্থা: আহোম ৰাজবংশ পতনৰ পাছত ATASU গঠন হৈছিল। File:Gadadhar Singha Royal Robe .jpg আহোম শাসনকালৰ। তদুপৰি প্ৰতীকটো আঠকোণীয়া chaipau ৰ চিত্ৰৰ নহয়।
  • Chaipau ৰ চিত্ৰ: উৎসৰ উল্লেখ নকৰালৈকে Chaipauৰ চিত্ৰ আঁতৰাই দি চ্যু-কা-ফাৰ চিত্ৰ দিব পৰা যাব। en:File:Ahom insignia plain.svg ত English description The Ahom Insignia Chum Phra Rung Seng Mung বুলি দিয়া আছে। কিন্তু চুম ফা ৰুঙ চেং মুং নহয়। Chaipau এ এই বিষয়ত ভালদৰে অধ্যয়ণ কৰা নাই যেন লাগিছে!!
  • অন্য গুগলৰ উৎস : অন্য উৎসৰ এটাও আহোম ৰাজবংশৰ দিনৰ নহয়।
চ্যু-কা-ফাৰ চিত্ৰ দিয়াটোৱেই অধিক গ্ৰহণযোগ্য হব। মই মোৰ ফালৰ পৰা আৰু অধ্যয়ন কৰি চাম। আজিকালি Google ত চাই European dragon হে ব্যৱহাৰ কৰি আছে বহুতে। KHI-LAN-TZI 14:56, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰথম কথা প্ৰকৃত সত্য উদ্ধাৰ কৰা ৱিকিপিডিয়াৰ উদ্দেশ্য নহয় আৰু ৱিকিপিডিয়া মৌলিক গৱেষণাৰ থলী নহয়। পূৰ্বাঞ্চল তাই সাহিত্য সভা, সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ আদি টাই-আহোম সংগঠসমূহে এইটো ড্ৰেগনেই ব্যৱহাৰ কৰে, সেয়ে ৱিকিপিডিয়াইয়ো তাকেই অনুসৰণ কৰিব। বাকী ছবিটো যদি আঠ কোণীয়া হ’ব লাগে বা সেই সংগঠনসমূহে আঠ কোণীয়াকৈ ব্যৱহাৰ কৰে, আপুনিও এইছবিটো আঠ-কোণীয়া কৰি নতুন সংস্কৰণ এটা আপলোড কৰিব পাৰে। কিন্তু নিজা গৱেষণাৰে প্ৰতীক এটা নিজে সৃষ্টি কৰি প্ৰচলন কৰাৰ চেষ্টা কৰা অনুচিত। আপুনি সৃষ্টি কৰা প্ৰতীকটো যদি সেই সংগঠনসমূহে গ্ৰহণ কৰে, তেতিয়া ৱিকিপিডিয়াত ব্যৱহাৰ কৰাত কোনেও আপত্তি নকৰে। দিব্য দত্ত (বাৰ্তা) 15:18, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত পূৰ্বাঞ্চল তাই সাহিত্য সভা, সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ কোনোৱে ব্যৱহাৰ কৰা নাই chaipauৰ প্ৰতীক, সকলো আঠ কুনীয়া। গতিকে আঁতৰাই দিবলে অনুৰোধ জনালোঁ। মোৰ নিজা গৱেষণা নহয় File:Gadadhar Singha Royal Robe .jpg চাই নিৰ্মাণ কৰিছিলোঁ, সোণালী ড্ৰেগন, ৰঙা background আৰু আঠকোণীয়া। Chaipau ৰ প্ৰতীক আঁতৰাই দিয়ে যেন। KHI-LAN-TZI 15:47, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পূৰ্বাঞ্চল তাই সাহিত্য সভা, সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ আদি সংগঠনসমূহে chaipauৰ প্ৰতীক ব্যৱহাৰ কৰিছে বুলি মই কোৱা নাই। মই কৈছোঁ এই প্ৰতীকটোৰ সৈতে এই সংগঠনসমূহৰ প্ৰতীকৰ যথেষ্ট মিল আছে, কিন্তু আপুনি আপলোড কৰা প্ৰতীকটোৰ সৈতে কোনো মিল নাই। দিব্য দত্ত (বাৰ্তা) 20:15, 2 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত সংগঠন সমূহ আহোম ৰাজবংশৰ যুগৰ নহয়। একমাত্ৰ File:Gadadhar Singha Royal Robe .jpg আহোম যুগীয়া সমল ইয়াত। যদি আপুনি মোৰ চিত্ৰ ব্যৱহাৰ কৰিব আপত্তি আছে তেন্তে File:Dragon.svg বা File:Dragon chinois a ecailles.svg বা File:Dragon 2.svg ব্যৱহাৰ কৰিব এইখিনিৰ ঐতিহাসিক উদাহৰণ File:Gadadhar Singha Royal Robe .jpg সৈতে সাদৃশ্য আছে। আধুনিক যুগৰ সংগঠনৰ সাদৃশ্য যুক্ত chaipau ৰ চিত্ৰ আতৰাই দিয়ক। KHI-LAN-TZI 03:39, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মই দিয়া গুগল চাৰ্চৰ লিংকটো আপুনি কিয় আঁতৰাই দিলে, সেইটো কওক চোন? আনৰ মন্তব্য এটা আপুনি কি যুক্তিত সলনি কৰিছে? নিজৰ বক্তব্য শুদ্ধ প্ৰতিপন্ন কৰিবলৈ এনে কাম কৰা উচিত নহয়। দিব্য দত্ত (বাৰ্তা) 03:50, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত 14:35, 2 August 2024 (ইউ.টি.চি.) ত আপুনি দিয়া reply ত কোনো লিংক আঁতৰোৱা হোৱা নাই এতিয়াও আছে। মই আপোনাৰ comment কৰা edit ৰ লিংক দিব যদি ভুলতে লিংক remove হৈছে। KHI-LAN-TZI 03:58, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এইটো সম্পাদনা তেন্তে কোনে কৰিছিল? দিব্য দত্ত (বাৰ্তা) 04:14, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত ক্ষমা কৰিব মোৰ ভুলতে হৈ গল চাগে, কেতিয়াও আপোনাৰ মন্তব্য সম্পাদনা কৰাৰ উদ্দেশ্য নাছিল কিন্তু ।14:35, 2 August 2024 (ইউ.টি.চি.) ৰ comment ত লিংক এতিয়াও আছে হয়তো মোৰ ফালৰ পৰা কিবা বিজুতি হবও পাৰে। KHI-LAN-TZI 04:20, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

┌─────────────────────────────────┘
@দিব্য দত্ত Chaipau ছবিখন কোনো ঐতিহাসিক উপাদানৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হোৱাৰ উদাহৰণ নাছিল সেই বিষয়টোলৈ আমি আগবাঢ়ি যাব পাৰোনে? সেই ছবিখনৰ সৈতে মিল থকা কোনো ঐতিহাসিক উপাদান আপোনাৰ আছেনে? যদি নাই আমি Chaipau ছবিখন আঁতৰাই দিব লাগে আৰু Chaipau ছবিখনৰ ঠাইত ঐতিহাসিক প্ৰতীক চাওঁফাৰ চোলাৰ ড্ৰেগন বা চাওলুং চুকাফাৰ ছবিৰ দৰে অন্যান্য ঐতিহাসিক উপাদান ব্যৱহাৰ কৰিব লাগে। মই বনোৱা বুলি কোৱা নাই যিকোনো লোকে বনোৱা নহওঁক কিয় যাতে শুদ্ধকৈ উপস্থাপন কৰা হয়। KHI-LAN-TZI 09:59, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@KhiLanTzi মহাশয়, আপুনি অসমীয়া ৱিকিপিডিয়াত যথেষ্ট অৱদান আগবঢ়াইছে৷ তাৰ শলাগ ল’লোঁ৷ কিন্তু, কিছুমান পৃষ্ঠাত কৰা ভিত্তিহীন সম্পাদনাই সদস্যসকলৰ মনত খেলিমেলিৰ সৃষ্টি কৰিছে৷ ৱিকিপিডিয়াত কেৱল তথ্যৰ যোগান ধৰা হয়৷ নিজা মত সাব্যস্ত কৰাৰতো কথা নহয়৷ সদস্যসকলে যি নতুন সম্পাদনা কৰে তাৰ তথ্যসূত্ৰৰ উল্লেখ থাকিলে খেলিমেলি নহয়৷ আমাৰ সদস্যসংখ্যা এনেই কম৷ তাতে, একোটা পৃষ্ঠা বা বিষয় লৈ বাদানুবাদ কৰি থকা মানে ৱিকিৰ ক্ষতি, সময়ৰ অপচয়৷ তদুপৰি, সদস্যসকলে এডমিনসকলৰ সিদ্ধান্তক সন্মান জনোৱাটোও এটা ৱিকিৰ সাধাৰণ কথা৷ @দিব্য দত্ত যদি, Chaipauয়ে দিয়া ছবিখনৰো উল্লেখযোগ্যতা নাছিল, তেন্তে অনুগ্ৰহ কৰি আঁতৰাই দিয়ক৷ আৰু বিশেষজ্ঞ লোকৰ মত বিচাৰি প্ৰয়োজন থাকে যদি নতুন ছবি সংযোগ কৰক, অন্যথা উকাই থাকিবলৈ দিয়ক৷ বিষয়টোত মাত মতা বাবে দুয়োগৰাকী সদস্যই বেয়া নাপায় যেন৷ Pranamikaadhikary (বাৰ্তা) 13:51, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সমৰ্থন জনালোঁ। উল্লেখযোগ্য সাব্যস্ত নোহোৱালৈকে দুয়োটা চিত্ৰ ব্যৱহাৰ নকৰাই ভাল। কোনো সমল নোহোৱাকৈ নিজে সৃষ্টি কৰা চিত্ৰ ঐতিহাসিক চিহ্ন বুলি দাবী কৰাটো ভুল হৈছে। চিত্ৰৰ নামৰ সৈতে কাল্পনিক জাতীয় কিবা লিখিব লাগিছিল। এনে ভুলৰ বাবে সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তি বাঢ়িব।- অজয়  কথা-বতৰা 15:20, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস সম্পূৰ্ণ সমৰ্থন, মই ভাবো আমি স্বৰ্গদেউ গদাধৰ সিংহৰ চোলাত (File:Gadadhar Singha Royal Robe .jpg) থকা এছিয়ান ড্ৰেগনৰ আকৃতি ব্যৱহাৰ কৰিব পাৰো, সেইটোৱেই আমি পোৱা একমাত্ৰ ঐতিহাসিক উপাদান। অন্যথা খালি ৰখাটোৱে ভাল। KHI-LAN-TZI 17:07, 3 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আলোচনামতে সাঁচটোৰ পৰা ছবিখন আঁতৰাই দিয়া হ’ব। এই সাঁচটোত গদাধৰ সিংহৰ চোলাটোত থকা এছিয়ান ড্ৰেগনৰ আকৃতি ব্যৱহাৰ কৰিব নোৱাৰি। গদাধৰ সিংহৰ চোলাটোৰ ঐতিহাসিক ভিত্তি থাকিব পাৰে কিন্তু কোনেও সেইটো আহোমৰ প্ৰতীক হিচাপে স্বীকৃতি দিয়া নাই। দিব্য দত্ত (বাৰ্তা) 03:27, 4 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত ঙি ঙাও খাম (ড্ৰেগন) আহোমৰ প্ৰতীক। অৱশ্যে আমাৰ হাতত এতিয়াও পৰ্যাপ্ত ঐতিহাসিক উদাহৰণ নাই, গতিকে আমি অপেক্ষা কৰা উচিত যদি আমি ঙি ঙাও খামৰ প্ৰকৃত আকৃতি দেখুওৱা পৰ্যাপ্ত ঐতিহাসিক উপাদান সংগ্ৰহ কৰিব পাৰো, তেন্তে আমি ইয়াক সাঁচত ৰাখিব পাৰো। KHI-LAN-TZI 08:13, 4 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]