সাঁচ বাৰ্তা:Bridges over the Brahmaputra river

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঢলা-শদিয়া দলংখন প্ৰকৃততে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নাই, ই লোহিত নদীৰ ওপৰতহে আছে।[1] ঢলা ঘাটৰ পৰা কিছু পশ্চিমত লোহিত, দিহাং আৰু দিবাং নদী লগলাগি ব্ৰহ্মপুত্ৰ নাম লৈছে।[টোকা- ১] - দিব্য দত্ত (বাৰ্তা) 08:39, 26 October 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

১. The Brahmaputra enters India in the state of Arunachal Pradesh, where it is called Siang. It makes a very rapid descent from its original height in Tibet, and finally appears in the plains, where it is called Dihang. It flows for about 35 km (22 mi) and is joined by the Dibang River and the Lohit River at the head of the Assam Valley. Below the Lohit, the river is called Brahmaputra, enters the state of Assam, and becomes very wide—as wide as 10 km (6 mi) in parts of Assam.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]