সামান্থা ৰুথ প্ৰভু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সামান্থা আক্কিনেনীৰ পৰা পুনঃনিৰ্দেশিত)
সামান্থা ৰুথ প্ৰভু

২০১৭ চনত সামান্থা ৰুথ প্ৰভু
জন্ম সামান্থা ৰুথ প্ৰভু
২৮ এপ্ৰিল, ১৯৮৭ (৩৬ বছৰ)[1][2]
মাদ্ৰাজ, তামিলনাডু, ভাৰত[3]
(বৰ্তমানৰ চেন্নাই)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা বি.কম
শিক্ষানুষ্ঠান Stella Maris College, Chennai
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী নাগা চৈতন্য (বি. ২০১৭; বিবি. ২০২১)[4]
পিতৃ-মাতৃ
  • প্ৰভু (পিতৃ)
  • নিনেট্টে (মাতৃ)
স্বাক্ষৰ
Samantha

সামান্থা ৰুথ প্ৰভু (ইংৰাজী: Samantha Ruth Pravu) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।[5][6] তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰা অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[7][8][9][10] তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এজন নেতৃস্থানীয় অভিনেত্ৰী হিচাপে নিজকে গঢ়ি তুলিছে। বাণিজ্য শাখাত ডিগ্ৰীলৈ থকাৰ সময়ত আক্কিনেনীয়ে মডেলিং এছাইনমেণ্টত পাৰ্ট টাইম হিচাপে কাম কৰিছিল। তেওঁ অতি কম সময়ৰ ভিতৰতে চলচ্চিত্ৰৰ চৰিত্ৰত অভিনয়ৰ বাবে অফাৰ লাভ কৰে আৰু গৌতম মেননৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত তেলেগু ৰোমাঞ্চ ছবি “য়ে মায়া শেষব (২০১০)” -ৰ যোগেদি অভিনয়ত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ শ্ৰেষ্ঠ অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটা লাভ কৰে।[11][12][13] তাৰ পিছত তেওঁ “নিথানে ইন পোনভাচানথাম” আৰু “ইগা” চলচ্চিত্ৰৰ বাবে একেটা বছৰতে দুয়োটাকৈ শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ তেলেগু অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা দ্বিতীয় গৰাকী অভিনেত্ৰী হয়৷

জন্ম পৰিচয়[সম্পাদনা কৰক]

সামান্থা ৰুথ প্ৰভুৰ জন্ম ১৯৮৭ চনৰ ২৮ এপ্ৰিলত হয়।[14][15] তেওঁৰ জন্ম হয় ভাৰতৰ ৰাজ্য চেন্নাইৰ তামিলনাডুত।[16] তেওঁৰ দেউতাৰ নাম আছিল প্ৰভু আৰু মাতৃৰ নাম আছিল নিনেট্টে প্ৰভু। তেওঁৰ অন্য নাম য়াশোদা।[17]

চলচ্চিত্ৰপুঞ্জী[সম্পাদনা কৰক]

টোকা
Films that have not yet been released এতিয়াও মুক্তি লাভ কৰা নাই
চন শিৰোনাম চৰিত্ৰ পৰিচালক ভাষা টোকা Ref.
২০১০ য়ে মায়া শেষব জেচ্ছী গৌতম মেনন তেলেগু শ্ৰেষ্ঠ অভিশেষ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা
মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু
[18]
২০১০ ভিন্নইথাণ্ডি ভৰুভায়া নন্দিনী তামিল কেমিঅ’ এপিয়াৰেঞ্চ [19]
২০১০ বানা কাথাড়ী প্ৰিয়া ভেঙ্কাতেশ, বাদ্ৰীবাদ্ৰী ভেঙ্কাতেশ তামিল [20]
২০১০ মোচকোৱিন কাবেৰী কাবেৰী বৰ্মন, ৰবিৰবি বৰ্মন তামিল [21]
২০১০ বৃন্দাভানাম ইন্দু পৈদিপাল্লী, বংশীবংশী পৈদিপাল্লী তামিল [22]
২০১১ নাদুনিশি নায়গল আচিলুম পেচেণ্ট মেনন, গৌতমগৌতম মেনন তামিল কেমিঅ’ এপিয়াৰেঞ্চ [23]
২০১১ দুকুদু প্ৰাশন্তী শ্ৰীণুু ভৈটলা তেলেগু মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [24]
২০১২ এক দীৱানা থা সামান্থা গৌতম মেনন হিন্দী কেমিঅ’ এপিয়াৰেঞ্চ [25]
২০১২ ইগা বিন্দু এছ. এছ. ৰাজমৌলী তেলেগু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [26]
২০১২ নান ই বিন্দু তামিল [27]
২০১২ নিথানে ইন পোনভাচানথাম নিত্যা বাসুদেৱা গৌতম মেনন তামিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল [28]
২০১২ য়েতো ভেল্লিপোয়িনধী মানাসু নিত্যা ইলাভাৰতী তেলেগু [29]
২০১৩ সিথাম্মা ভাকিত্ল চিৰিমাল্লে চেট্টু গীতা তেলেগু [30]
২০১৩ জবৰদস্ত শ্ৰেয়া বি. ভি. নন্দিনী ৰেড্ডী তেলেগু [31]
২০১৩ থেৰা ভেলাই চেইয়ানুম কুমাৰু নিজে সুুুুন্দৰ চি. তামিল কেমিঅ’ এপিয়াৰেঞ্চ [32]
২০১৩ আট্টাৰান্তিকি দাৰেদী সাক্ষী তৃবিক্ৰম শ্ৰীনিৱাস তেলেগু মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [33]
২০১৩ ৰামায়া বস্তাভায়া আকৰ্ষা হৰিশ শংকৰ তেলেগু [34]
২০১৪ মানাম কৃষ্ণাবেণী আৰু প্ৰিয়া[lower-alpha 1] বিক্ৰম কুমাৰ তেলেগু মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [35]
২০১৪ অ’টোনগৰ সূৰ্য শিৰিষা দেৱা কাত্তা তেলেগু [36]
২০১৪ অল্লুদু চেনু অঞ্জলি ভি. ভি. বিনায়ক তেলেগু [37]
২০১৪ অঞ্জান জীভা লিঙ্গুস্বামী, এনএন লিঙ্গুস্বামী তামিল [38]
২০১৪ ৰাভাচা ইন্দু সন্তুশ শ্ৰীনিৱাস তেলেগু [39]
২০১৪ কাত্থী অংকিতা এ আৰ মুৰুগাদুজ তামিল মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল [40]
২০১৫ এছ/অ সত্যামূৰ্তী সমীৰা তৃবিক্ৰম শ্ৰীনিৱাস তামিল [41]
২০১৫ ১০ ইনদ্ৰুথুকুল্লা সখিলা আৰু গাজী মই[lower-alpha 1] বিজয় মিল্টন তামিল [42]
[43]
২০১৫ থাঙ্গা মাগান যমুনা বেলৰাজ তামিল [44]
২০১৬ বাংগালোৰ নাতকাল জ্ৰেচ ভাস্কৰ তামিল কেমিঅ’ এপিয়াৰেঞ্চ [45]
২০১৬ থেৰী মিথ্ৰা অত্‌লী তামিল মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামি [46]
২০১৬ ২৪ সত্যা বিক্ৰম কুমাৰ তামিল মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তামিল [47]
২০১৬ ব্ৰহ্মোৎসৱম লণ্ডনৰ অজ্ঞাত এন আৰ আই শ্ৰীকান্ত আদ্দালা তেলেগু [48]
২০১৬ আনসুৰা ৰামলিংগম তৃবিক্ৰম শ্ৰীনিৱাস তেলেগু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [49]
২০১৬ জনতা গেৰেজ বুজ্জী কৰাতলা শিৱ তেলেগু [50]
২০১৭ ৰাজু গাড়ী গাধী ২ আমৰুথা ওমকাৰ তেলেগু [51]'
২০১৭ মাৰ্চেল তাৰা অত্‌লী তামিল [52]
২০১৮ ৰাঙ্গাস্থলম ৰামা লক্ষ্মী সুকুমাৰ তেলেগু মনোনয়ন  — শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [53]
২০১৮ মহানতী মাধুৰাবাণী নাগ উচিন তেলেগু মনোনয়ন  — শ্ৰেষ্ঠ সহায়ক চৰিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু [54]
২০১৮ নাদিগৈয়াৰ থিলাগাম মাধুৰাবাণী তামিল [55]
২০১৮ ইৰুমবু থিৰাই ৰথী দেৱী পি. এছ. মিথ্ৰান তামিল [56]
২০১৮ সীমাৰাজা সুন্ধানথিৰা চেলভী পোণৰাম তামিল [57]
২০১৮ ইউ টাৰ্ণ ৰচনা কুমাৰ, পৱনপৱন কুমাৰ তামিল [58]
২০১৮ ইউ টাৰ্ণ ৰচনা তেলেগু [59]
২০১৯ ছুপাৰ ডিলাক্স ভাইমভূ কুমাৰৰাজা, থিয়াগাৰাজনথিয়াগাৰাজন কুমাৰৰাজা তামিল [60]
২০১৯ মাজিলী শ্ৰাৱণী শিৱ নিৰ্বাণা তেলেগু [61]
২০১৯ অহ্‌! বেবী স্বাথী (বেবী)[lower-alpha 2] নন্দিনী ৰেড্ডী, বি. ভি.বি. ভি. নন্দিনী ৰেড্ডী তেলেগু [62]
[63]
২০১৯ মনমধুদু ২ স্থাপত্য বিদ্যাৰ্থী ৰবীন্দ্ৰ, ৰাহুলৰাহুল ৰবীন্দ্ৰ তেলেগু কেমিঅ’ এপিয়াৰেঞ্চ [64]
২০২০ জানু জানকী দেৱী (জানু)[lower-alpha 2] চি. প্ৰেম কুমাৰ তেলেগু [65]
২০২০ কাথুভাকুলা ৰেণু কাধালFilms that have not yet been released ঘোষণা হ’ব বিগণেশ শিৱম তামিল ফিল্মিং [66]

পুৰস্কাৰ আৰু মনোনয়ন[সম্পাদনা কৰক]

চন বঁটা ধৰণ চলচ্চিত্ৰ ফলাফল
২০১১ চিনেমা বঁটা শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ য়ে মায়া চেশৱ বিজয়ী
৫৮তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু মনোনীত
শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশ বিজয়ী
নন্দী বঁটা স্পেচিয়েল জুৰি এৱাৰ্ড বিজয়ী
টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
৫ম বিজয় বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী আত্মপ্ৰকাশ বাণা কাথাদী মনোনীত
২০১২ ৫৯তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু দুকুদু মনোনীত
১ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু মনোনীত
২০১৩ বিকাটান এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী নীথানে ইন পোনভাচান্থাম বিজয়ী
৭ম বিজয় বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
প্ৰিয় হিৰোইন মনোনীত
৬০তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তামিল বিজয়ী
২য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল মনোনীত
তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী (স্পেচিয়েল প্ৰাইজ) বিজয়ী
৬০তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু ঈগা বিজয়ী
টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
চিনেমা বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
Santosham Film Awards শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
২য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু মনোনীত
নন্দী বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী য়েটো বেল্লিপোয়িন্ধী মানাসু বিজয়ী
২০১৪ Margadarsi Big Telugu Entertainment Awards শ্ৰেষ্ঠ অভিনেত্ৰী 2013 আট্টাৰিণ্টিক দাৰেদী বিজয়ী
টিএছআৰ টিভি৯ ফিল্ম ৱাৰ্ড (TSR TV9 Film Awards) শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
৩য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু বিজয়ী
Santosham Film Awards শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
৬১তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু মনোনীত
২০১৫ চিনেমা এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী মানাম বিজয়ী
৪ৰ্থ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী (Critics) – তেলেগু বিজয়ী
শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু মনোনীত
৬২তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু মনোনীত
2nd Behindwoods Gold Medal Ceremony People's Choice Actress অনজান, কাট্টী বিজয়ী
৬২তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল কাট্টী মনোনীত
৪ৰ্থ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল মনোনীত
৯ম বিজয় বঁটা প্ৰিয় হিৰোইন মনোনীত
Mercedes Benz RITZ STYLE AWARDS (Chennai Edition) ৰিটজ চোলিটাৰী এৱাৰ্ডচ্ (RITZ Solitaire Award)[67] - বিজয়ী
২০১৬ ৫ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – তেলেগু এছ/অ সত্যামুৰ্তী মনোনীত
ইউথ আইকন অফ চাউথ ইণ্ডিয়া[68] - বিজয়ী
Edison Awards শ্ৰেষ্ঠ অভিনেত্ৰী থাঙ্গা মগন মনোনীত
২০১৭ Zee Cinemalu Awards বক্স অফিচৰ ৰাণী অ আ, ব্ৰহ্মোৎসৱ, জনতা গেৰেজ বিজয়ী
2nd IIFA Utsavam Awards শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু

[69]

অ আ বিজয়ী
৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু[70] বিজয়ী
৬য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু মনোনীত
Santosham Film Awards শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল থেৰী মনোনীত
৬য় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল মনোনীত
৬৪তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল ২৪ মনোনীত
4th Behindwoods Gold Medal Ceremony পিপলচ্‌ চইছ এক্ট্ৰেচ্‌[71] থেৰী, ২৪ বিজয়ী
২০১৮ ১০ম বিজয় বঁটা প্ৰিয় হিৰোইন মাৰ্চেল মনোনীত
2nd Social Media Summit and Awards মষ্ট লাইকড দক্ষিণ ভাৰতীয় অভিনেত্ৰী - বিজয়ী
Indian Film Festival of Melbourne বেষ্ট এক্টৰ ইন এ চাপৰ্টিং ৰোল মহানাতী মনোনীত
২০১৯ Sri Kala Sudha Telugu Association Awards শ্ৰেষ্ঠ অভিনেত্ৰী ৰঙ্গাস্থলম বিজয়ী
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ষ্টাইল আইকন ভেৰিয়াচ ৰোলচ্‌ বিজয়ী
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী (Critics) - তেলেগু ৰঙ্গাস্থলম বিজয়ী
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তামিল ইৰুমভু থিৰাই মনোনীত
৮ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী - তেলেগু ৰঙ্গাস্থলম মনোনীত
৬৬তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী মহানাতী মনোনীত
৬৬তম দক্ষিণ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী ৰঙ্গাস্থলম মনোনীত
২০২০ টিভি৯ নৱ নক্ষত্ৰ সন্মান শ্ৰেষ্ঠ অভিনেত্ৰী ঈগা, ৰঙ্গাস্থলম, মহানাতী, অহ্‌! বেবী এণ্ড ম’ৰ ভেৰিয়াচ ৰোলচ্‌ বিজয়ী
জি চিনেমা তামিল এৱাৰ্ডচ্‌ শ্ৰেষ্ঠ অভিনেত্ৰী - জুৰি স্পেচিয়েল মেঞ্চন চুপাৰ ডিলাক্স বিজয়ী
জি চিনেমা তেলেগু এৱাৰ্ডচ্‌ লীডিং ৰোলৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী মাজিলি, অহ্‌! বেবী বিজয়ী
চিনেমা চেনত্ৰেল এক্সেলেঞ্চ এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী চুপাৰ ডিলাক্স বিজয়ী
ক্ৰিটিকছ চইছ ফিল্ম এৱাৰ্ড (Critics Choice Film Awards)[72][73] শ্ৰেষ্ঠ অভিনেত্ৰী অহ্‌! বেবী বিজয়ী
চুপাৰ ডিলাক্স মনোনীত

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 Samantha played two characters.
  2. 2.0 2.1 Samantha played a single character with two or more names.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Chowdhary, Y. Sunita (12 May 2012). "Away from the rat race". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/away-from-the-rat-race/article3402317.ece। আহৰণ কৰা হৈছে: 11 November 2012. 
  2. Shekhar H Hooli (28 April 2015). "Samantha Celebrates Birthday; Tollywood Celebs Wish Her". International Business Times. http://www.ibtimes.co.in/samantha-celebrates-birthday-tollywood-celebs-wish-her-photos-630647। আহৰণ কৰা হৈছে: 14 November 2015. 
  3. "Samantha raised in Pallavaram". Firstpost. http://www.firstpost.com/bollywood/meet-samantha-souths-hottest-heroine-1662705.html। আহৰণ কৰা হৈছে: 14 August 2014. 
  4. Aashna, Shah (7 October 2017). "Samantha Ruth Prabhu And Naga Chaitanya Married - Happily Ever After.". NDTV (New Delhi). https://www.ndtv.com/entertainment/samantha-ruth-prabhu-and-naga-chaitanya-married-happily-ever-after-see-pics-1759776। আহৰণ কৰা হৈছে: 7 October 2017. 
  5. "Samantha Ruth Prabhu changes name to Samantha Akkineni. Here’s how Twitter reacted". Hindustantimes.com. 12 Oct 2017. https://m.hindustantimes.com/regional-movies/samantha-ruth-prabhu-changes-name-to-samantha-akkineni-here-s-how-twitter-reacted/story-O0uBLQP9vGYvy0DnEpOyZL.html। আহৰণ কৰা হৈছে: 9 june 2020. 
  6. "I’m Akkineni Samantha from now and I have to live up to the family’s legacy, says the newly wed Samantha". Regional.pinkvilla.com. 14 Oct 2017. https://regional.pinkvilla.com/telugu/news/im-akkineni-samantha-now-live-familys-legacy-says-newly-wed-samantha/। আহৰণ কৰা হৈছে: 9 june 2020. 
  7. cite web|title=Filmfare Winners | url=https://m.timesofindia.com/entertainment/movie-awards/filmfare-awards-winners/telugu/2013/102 | website=Timesofindia.com | accessdate=9 june 2020
  8. year=15 Jan 2017 "Samantha repeats Filmfare history". Timesofindia.com. https://m.timesofindia.com/entertainment/telugu/movies/news/Samantha-repeats-Filmfare-history/articleshow/21238077.cms year=15 Jan 2017। আহৰণ কৰা হৈছে: 9 june 2020. 
  9. "Filmfare South Awards 2017: R Madhavan, Samantha Ruth Prabhu Win Big". News18.com. 2017. https://www.news18.com/news/movies/filmfare-south-awards-2017-r-madhavan-samantha-ruth-prabhu-win-big-1436285.html। আহৰণ কৰা হৈছে: 9 june 2020. 
  10. "Critics’ Choice Film Awards 2020: Complete nominations list". Indianexpress.com. 2020. https://indianexpress.com/article/entertainment/bollywood/critics-choice-film-awards-2020-complete-nominations-list-6295588/। আহৰণ কৰা হৈছে: 9 june 2020. 
  11. Y. Sunita Chowdhary (10 May 2012). "Away from the rat race". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/away-from-the-rat-race/article3402317.ece. 
  12. "Samantha feels 'One' film changes all". The Times of India. 10 November 2013. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Samantha-feels-One-film-changes-all/articleshow/25553340.cms. 
  13. "Samantha is in her own league". Deccan Chronicle. 27 March 2014. http://www.deccanchronicle.com/140327/entertainment-kollywood/article/samantha-her-own-league. 
  14. Chowdhary, Y. Sunita (12 May 2012). "Away from the rat race". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/away-from-the-rat-race/article3402317.ece। আহৰণ কৰা হৈছে: 9 june 2020. 
  15. Shekhar, H Hooli (28 April 2015). "Samantha Celebrates Birthday; Tollywood Celebs Wish Her". International Business Times. http://www.ibtimes.co.in/samantha-celebrates-birthday-tollywood-celebs-wish-her-photos-630647। আহৰণ কৰা হৈছে: 9 june 2020. 
  16. "Samantha raised in Pallavaram". Firstpost. http://www.firstpost.com/bollywood/meet-samantha-souths-hottest-heroine-1662705.html। আহৰণ কৰা হৈছে: 9 june 2020. 
  17. "Samantha Ruth Prabhu Biography". web.archive.org. 14 Feb 2012. Archived from the original on 26 August 2012. https://web.archive.org/web/20120826080644/http://www.teluguvanitha.com/celebrity-biography/1085-samantha-ruth-prabhu-biography। আহৰণ কৰা হৈছে: 9 june 2020. 
  18. Rajamani, Radhika (26 February 2010). "Review: Ye Maya Chesave is a beautiful love story". Rediff.com. http://movies.rediff.com/review/2010/feb/26/south-telugu-movie-review-ye-maya-chesave.htm। আহৰণ কৰা হৈছে: 19 October 2017. 
  19. Menon, Gautham (2010). Vinnaithaandi Varuvaaya [Will You Cross the Skies for Me?] (motion picture) (in Tamil). Escape Artists Motion Pictures. End credits, from 2:34:29 to 2:34:37. 
  20. Bhaskaran, Gautaman (10 August 2010). "Review: Baana Kaathadi". Hindustan Times. http://www.hindustantimes.com/regional-movies/review-baana-kaathadi/story-WmFhHueXom3kqPlUgTYDeI.html. 
  21. "Moscowin Kaveri". Sify. 27 August 2010. http://www.sify.com/movies/moscowin-kaveri-review-tamil-pclxFwceffeij.html। আহৰণ কৰা হৈছে: 19 October 2017. 
  22. Rajamani, Radhika (13 October 2010). "From YMC's Jessie to Indu". Rediff.com. http://movies.rediff.com/slide-show/2010/oct/13/slide-show-1-south-samantha-ruth-prabhu-on-brindavanam.htm। আহৰণ কৰা হৈছে: 20 October 2017. 
  23. Suganth, M. (2011). "Nadunisi Naaygal Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/nadunisi-naaygal/movie-review/7527209.cms. 
  24. Srinivasan, Pavithra (23 September 2011). "Review: Dookudu is Mahesh Babu's show all the way". Rediff.com. http://www.rediff.com/movies/review/review-dookudu/20110923.htm। আহৰণ কৰা হৈছে: 30 October 2017. 
  25. Menon, Gautham (2012). Ekk Deewana Tha [There Was A Crazy Lover] (motion picture) (in Hindi). Fox Star Studios. End credits, from 2:11:18 to 2:11:50. 
  26. Dundoo, Sangeetha Devi (7 July 2012). "Eega: Don’t miss this buzz". The Hindu. http://www.thehindu.com/features/cinema/eega-dont-miss-this-buzz/article3609904.ece. 
  27. "Naan Ee". Sify. 6 July 2012. http://www.sify.com/movies/naan-ee-review-tamil-pcma06fhegijf.html। আহৰণ কৰা হৈছে: 30 October 2017. 
  28. Subramanian, Karthik (15 December 2012). "Neethaane En Ponvasantham: An ode to Ilaiyaraaja". The Hindu. http://www.thehindu.com/features/cinema/Neethaane-En-Ponvasantham-An-ode-to-Ilaiyaraaja/article12073510.ece. 
  29. Dundoo, Sangeetha Devi (31 May 2016). "Samantha: I am done with clichéd heroine roles". The Hindu. http://www.thehindu.com/features/metroplus/Samantha-I-am-done-with-clich%C3%A9d-heroine-roles/article14378258.ece. 
  30. "Review : Seethamma Vaakitlo Sirimalle Chettu". Sify. 11 January 2013. http://www.sify.com/movies/seethamma-vaakitlo-sirimalle-chettu-review-review-telugu-pcmaFugbffcee.html। আহৰণ কৰা হৈছে: 30 October 2017. 
  31. Dundoo, Sangeetha Devi (22 February 2013). "Film review: Jabardasth  — An inspired fun ride". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/film-review-jabardasth-an-inspired-fun-ride/article4442821.ece. 
  32. Saraswathi, S. (14 June 2013). "Review: Theeya Velai Seiyyanum Kumaru is predictable". Rediff.com. http://www.rediff.com/movies/review/review-theeya-velai-seiyyanum-kumaru/20130614.htm। আহৰণ কৰা হৈছে: 20 October 2017. 
  33. Rajamani, Radhika (27 September 2013). "Review: Attarintiki Daaredi is Pawan Kalyan's show!". Rediff.com. http://www.rediff.com/movies/report/south-review-attarintiki-daaredi-is-pawan-kalyans-show/20130927.htm। আহৰণ কৰা হৈছে: 30 October 2017. 
  34. Dundoo, Sangeetha Devi (11 October 2013). "Ramayya Vasthavayya: Hinged on heroism". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/ramayya-vasthavayya-hinged-on-heroism/article5225181.ece. 
  35. Borah, Prabalika M. (23 May 2014). "Manam: Smiles all around". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/manam-smiles-all-around/article6040767.ece. 
  36. Seshagiri, Sangeetha (27 June 2014). "'Autonagar Surya' Movie Review Roundup: Average Fare". International Business Times. http://www.ibtimes.co.in/autonagar-surya-movie-review-roundup-average-fare-603226. 
  37. Dundoo, Sangeetha Devi (25 July 2014). "Alludu Seenu: Outlandish launch pad". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/alludu-seenu-outlandish-launch-pad/article6249134.ece. 
  38. Subramanian, Anupama (17 August 2014). "Movie Review 'Anjaan': It's Suriya's show all the way". Deccan Chronicle. http://www.deccanchronicle.com/140816/entertainment-movie-review/article/movie-review-anjaan-its-suriyas-show-all-way. 
  39. Kavirayani, Suresh (31 August 2014). "Movie Review 'Rabhasa': NTR Jr shines in dull film". Deccan Chronicle. http://www.deccanchronicle.com/140831/entertainment-movie-review/article/movie-review-rabhasa-ntr-jr-shines-dull-film. 
  40. Subramanian, Anupama (24 October 2014). "Movie review Kaththi: A little too preachy". Deccan Chronicle. http://www.deccanchronicle.com/141023/entertainment-kollywood/article/movie-review-kaththi. 
  41. Dundoo, Sangeetha Devi (10 April 2015). "S/O Satyamurthy: To keep up a father’s honour". The Hindu. http://www.thehindu.com/features/metroplus/so-satyamurthy-review/article7089242.ece. 
  42. Rangan, Baradwaj (21 October 2015). "10 Enradhukulla: A slipshod road movie". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/10-enradhukulla-a-slipshod-road-movie/article7790285.ece. 
  43. "Bad girls of K-town". Sify. http://www.sify.com/movies/bad-girls-of-k-town-imagegallery-6-kollywood-rirkf0hbcifad.html। আহৰণ কৰা হৈছে: 31 March 2018. 
  44. Srinivasan, Latha (18 December 2015). "'Thanga Magan' review: The fine performances by Dhanush, Samantha and Amy Jackson make it a must-watch". Daily News and Analysis. http://www.dnaindia.com/entertainment/review-thanga-magan-review-the-fine-performances-by-dhanush-samantha-and-amy-jackson-make-it-a-must-watch-2157344. 
  45. Saraswathi, S. (5 February 2016). "Review: Bangalore Naatkal disappoints". Rediff.com. http://www.rediff.com/movies/report/review-bangalore-naatkal--disappoints/20160205.htm। আহৰণ কৰা হৈছে: 30 October 2017. 
  46. Subramanian, Anupama (15 April 2016). "Movie review Theri: Story revealed in the beginning of the film". Deccan Chronicle. http://www.deccanchronicle.com/entertainment/movie-reviews/150416/movie-review-theri-story-revealed-in-the-beginning-of-the-film.html. 
  47. Bhaskaran, Gautaman (6 May 2016). "24 review: Suriya spins a fantasy with a magic watch". Hindustan Times. http://www.hindustantimes.com/movie-reviews/24-review-suriya-spins-a-fantasy-with-a-magic-watch/story-79vOqSFrqaE9Am0sZu44zH.html. 
  48. Chowdhary, Y. Sunita (20 May 2016). "Brahmotsavam: Stale story, weak treatment". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/despite-a-huge-star-cast-and-good-performances-the-movie-meanders-in-a-meaningless-way/article8625503.ece. 
  49. Keramalu, Karthik (3 June 2016). "'A Aa' Review: Trivikram's Latest Falls Short on Expectations". CNN-News18. http://www.news18.com/news/movies/a-aa-review-trivikrams-latest-falls-short-on-expectations-1251556.html। আহৰণ কৰা হৈছে: 30 October 2017. 
  50. "Janatha Garage review: Mohanlal, NTR set the screen on fire". Sify. 1 September 2016. http://www.sify.com/movies/janatha-garage-review-mohanlal-ntr-set-the-screen-on-fire-review-Tamil-qjbnnqjhifgaj.html। আহৰণ কৰা হৈছে: 13 November 2017. 
  51. Sundar, Priyanka (14 October 2017). "Raju Gari Gadhi 2 movie review: This Samantha Akkineni and Nagarjuna starrer is not scary, just funny". Hindustan Times. http://www.hindustantimes.com/movie-reviews/raju-gari-gadhi-2-movie-review-nagarjuna-samantha-akkineni-film-is-high-on-comedy-low-on-horror/story-8H2idklQ5gIVGl2qKz8cbM.html. 
  52. Sundar, Priyanka (18 October 2017). "Mersal movie review: For Vijay and his fans, Atlee has delivered a celebratory film". Hindustan Times. http://www.hindustantimes.com/movie-reviews/mersal-movie-review-what-is-better-than-one-vijay-three-vijays/story-CdvJzyDYEXgEpCmCBDY42N.html. 
  53. H. Hooli, Shekhar (30 March 2018). "Rangasthalam review: Critics wowed by Sukumar's script, Ram Charan & Samantha's performances". International Business Times (India). https://www.ibtimes.co.in/rangasthalam-review-critics-wowed-by-sukumars-script-ram-charan-samanthas-performances-765378. 
  54. Dundoo, Sangeetha Devi (9 May 2018). "'Mahanati' review: celebration of a legend". The Hindu. http://www.thehindu.com/entertainment/movies/mahanati-review-nag-ashwins-work-of-passion-doffs-its-hat-to-savitri/article23823395.ece. 
  55. "Nadigaiyar Thilagam review: A well made movie made with honesty and passion". Sify. 11 May 2018. http://www.sify.com/movies/nadigaiyar-thilagam-review-a-well-made-movie-made-with-honesty-and-passion-review-tamil-sfliS2ejcdcff.html। আহৰণ কৰা হৈছে: 11 May 2018. 
  56. Pillai, Sreedhar (11 May 2018). "Irumbu Thirai movie review: Not Vishal or Samantha, Arjun's taut performance is the highlight of this patchy thriller". Firstpost. https://www.firstpost.com/entertainment/irumbu-thirai-movie-review-not-vishal-or-samantha-arjuns-taut-performance-is-the-highlight-of-this-patchy-thriller-4465673.html। আহৰণ কৰা হৈছে: 11 May 2018. 
  57. Suganth, M. (13 September 2018). "Seemaraja Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/seemaraja/movie-review/65793941.cms. 
  58. Menon, Thinkal (13 September 2018). "U Turn Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/u-turn/movie-review/65795962.cms. 
  59. Yellapantula, Suhas (13 September 2018). "U Turn Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/u-turn/movie-review/65796543.cms. 
  60. Srivatsan, S (29 March 2019). "‘Super Deluxe’ review: an unusual film with an assortment of quirky characters". The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/super-deluxe-review-believe-the-hype/article26671414.ece. 
  61. Yellapantula, Suhas (5 April 2019). "Majili Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/majili/movie-review/68735844.cms. 
  62. "Oh Baby movie review: Samantha Akkineni thrives in this fantasy comedy". The Indian Express. 5 July 2019. https://indianexpress.com/article/entertainment/movie-review/oh-baby-movie-review-rating-samantha-akkineni-5816997/. 
  63. Dundoo, Sangeetha Devi (5 July 2019). "‘Oh! Baby’ review: When life gives her a second chance". The Hindu. https://www.thehindu.com/entertainment/movies/oh-baby-review-nandini-reddys-film-is-a-joyous-ode-to-the-older-generation-led-by-a-brilliant-samantha/article28292382.ece. 
  64. "Surprise! Samantha Akkineni confirms her cameo in Nagarjuna’s ‘Manmadhudu 2’". The Times of India. 16 April 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/surprise-samantha-akkineni-confirms-her-cameo-in-nagarjunas-manmadhudu-2/articleshow/68907911.cms. 
  65. "Jaanu movie review and release Live Updates: Samantha Akkineni and Sharwanand are winning hearts". The Indian Express. 7 February 2020. https://indianexpress.com/article/entertainment/telugu/jaanu-movie-review-and-release-live-updates-6255290/। আহৰণ কৰা হৈছে: 7 February 2020. 
  66. https://twitter.com/Samanthaprabhu2/status/1228223293758439424?s=20
  67. "Samantha Ruth Prabhu – Mercedes Benz RITZ STYLE AWARDS (Chennai Edition) – 2015". www.ritzmagazine.in. http://www.ritzmagazine.in/samantha-ruth-prabhu-mercedes-benz-ritz-style-awards-chennai-edition-2015/. 
  68. "Allu Arjun, Samantha, Rajamouli bag the big awards". ibtimes.co.in. 2016. http://www.ibtimes.co.in/photos/siima-awards-2016-allu-arjun-anushka-ss-rajamouli-samantha-bag-big-awards-7045-slide-43888. 
  69. "Samantha wins IIFA Utsavam Award". indiaglitz.com. 2017. http://www.indiaglitz.com/samantha-wins-iifa-utsavam-award-telugu-news-182397.html. 
  70. "R.Madhavan, Samantha win big at the Filmfare Awards". news18.com. 18 June 2017. http://www.news18.com/news/movies/filmfare-south-awards-2017-r-madhavan-samantha-ruth-prabhu-win-big-1436285.html. 
  71. "Complete list of award winners in Behindwoods Gold Medal 2017". 12 June 2017. http://m.behindwoods.com/tamil-movies-cinema-news-16/complete-list-of-award-winners-in-behindwoods-gold-medals-2017.html. 
  72. "Critics Choice Film Awards 2020: Complete nominations list". The Indian Express. 2 March 2020. https://indianexpress.com/article/entertainment/bollywood/critics-choice-film-awards-2020-complete-nominations-list-6295588/। আহৰণ কৰা হৈছে: 29 March 2020. 
  73. "Critics’ Choice Film Awards 2020: Complete winners list". The Indian Express. 28 March 2020. https://indianexpress.com/article/entertainment/bollywood/critics-choice-film-awards-2020-complete-winners-list-6336210/। আহৰণ কৰা হৈছে: 29 March 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]