সুখ
Jump to navigation
Jump to search
সুখ ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি স্ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সংজ্ঞায়িত কৰা হয়।[1] অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল। বহু সংখ্যক গৱেষণা গোটে বৈজ্ঞানিক পদ্ধতিৰে 'সুখ কি?', 'সুখী কেনেকৈ হ'ব পাৰি?' আদি প্ৰশ্নৰ উত্তৰ সন্ধান কৰিবলৈ চেষ্টা কৰিছে। তেনে গোটৰ মাজত যোগাত্মক মনোবিজ্ঞানিকৰ গোটো আছে।
২০ মাৰ্চক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সুখৰ দিৱস ঘোষণা কৰিছে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Wordnet 3.0 (accessed 2011-Feb-24 via Wolfram Alpha)