সুবোধ মল্লবৰুৱা
অৱয়ব
সুবোধ মল্লবৰুৱা | |
---|---|
জন্ম | ১৯৬৩ চন |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | হিন্দু |
নাগৰিকত্ব | ভাৰতীয় |
সুবোধ মল্লবৰুৱা (ইংৰাজী: Subodh Mallaboruah) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক লেখক।[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]- সুবোধ মল্লবৰুৱাৰ জন্ম হয় ১৯৬৩ চনত।[1]
শিক্ষা
[সম্পাদনা কৰক]- গুৱাহাটীৰ কটন কলেজিয়েট আৰু বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে।।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]- ১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত 'আজিৰ অসম' আৰু 'নতুন দৈনিক'ত উপ সম্পাদক হিচাপে কাম কৰে।
- ১৯৯১ চনত অসমৰ পুৰণি আৰু সম্ভ্ৰান্ত কাকত 'দৈনিক অসম'ত যোগ দিয়ে। বৰ্তমান এই কাকতত 'চিফ অৱ নিউজ ব্যুৰ' হিচাপে কৰ্মৰত।[1]
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- এথেন্সৰ পৰা শ্বিলঙলৈ।
- ৱান ম'ৰ ছিক্স।
- বিখ্যাত ফুটবলাৰৰ ল'ৰালিকাল।
- জীৱন যৌৱন ক্ৰীড়াংগন।
- অসম ফুটবলৰ বৰ্ণিল যাত্ৰা।[1]