স্বপ্নালী গগৈ
অৱয়ব
স্বপ্নালী গগৈ | |
---|---|
জন্ম | লখিমপুৰ, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিভাগত স্নাতকোত্তৰ |
বিষয় | বিজ্ঞান সাহিত্য |
স্বপ্নালী গগৈ তেখেত নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ অধ্যাপক। সাহিত্যিক আৰু সমালোচক। ভূগোল বিষয়ক গৱেষণা কাৰ্যৰ লগত জড়িত।[1]
শিক্ষা
[সম্পাদনা কৰক]গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ।
কৰ্মজীৱন
[সম্পাদনা কৰক]নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক।
সাহিত্যৰাজি
[সম্পাদনা কৰক]- সময়ৰ সংশ্লেষ, ২০১৪, প্ৰবন্ধ সংকলন
- সাধনাৰ চন্দ্ৰকমল, ২০১৭, ৰচনাৱলী
- লক্ষীমপুৰৰ ভূগোল, ২০১৮, প্ৰবন্ধ সংকলন
- Advanced Topics on River Study[2]
- Fuzzy Rule-based Modelling on River Study (বিমান চন্দ্ৰ চেতিয়াৰ সৈতে যুতীয়াভাৱে)[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অৰবিন্দ ৰাজখোৱা, হিৰণ্য সভাপণ্ডিত (প্ৰথম প্ৰকাশ-২০০৮). লখিমপুৰ, স্মৃতিগ্ৰন্থ. পৃষ্ঠা. ২০৩.
- ↑ Swapnali Gogoi. Advanced Topics on River Study. ISBN 978-3-8465-5590-3. https://www.morebooks.de/store/gb/book/advanced-topics-on-river-study/isbn/978-3-8465-5590-3.
- ↑ Biman Chandra Chetia, Swapnali Gogoi. Fuzzy Rule-based Modelling on River Study. ISBN 978-3-8465-3484-7. https://www.morebooks.de/store/gb/book/fuzzy-rule-based-modelling-on-river-study/isbn/978-3-8465-3484-7.